ETV Bharat / state

পানিদিহিং পক্ষী অভয়াৰণ্যত তিনিটা শগুণৰ মৃত্যু

author img

By

Published : Apr 17, 2021, 1:00 PM IST

Updated : Apr 17, 2021, 1:35 PM IST

ডিমৌৰ পানিদিহিং পক্ষী অভয়াৰণ্যৰ কাষৰ বকুলডোবাত খাদ্য বিষক্ৰিয়া ফলত তিনিটাকৈ বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু হয় ৷ ইয়াৰ লগতে আৰু কেইবাটাও শগুণ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

খাদ্য বিষক্ৰিয়া ফলত ডিমৌত তিনিটা শগুণৰ মৃত্যু

ডিমৌ, 17 এপ্ৰিল : ডিমৌৰ পানিদিহিং পক্ষী অভয়াৰণ্যৰ কাষৰ বকুলডোবাত খাদ্য বিষক্ৰিয়াৰ ফলত তিনিটাকৈ বিলুপ্তপ্ৰায় শগুণৰ মৃত্যু হয় ৷ ইয়াৰ লগতে আৰু কেইবাটাও শগুণ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ বন বিষয়াই সদৰি কৰা মতে খাদ্য বিষক্ৰিয়া ফলত এই শগুণ কেইটাৰ মৃত্যু হয় ৷

পানিদিহিং পক্ষী অভয়াৰণ্যত তিনিটা শগুণৰ মৃত্যু

মৃত শগুণ কেইটাক বন কৰ্মীয়ে উদ্ধাৰ কৰি ডিমৌ চৰগুৱা বন বিভাগৰ কাৰ্যালয়ত ৰাখিছে ৷ ইফালে অসুস্থ হৈ থকা শগুণ কেইটাকো চিকিৎসা আগবঢ়াই থকা হৈছে বুলি জানিবলৈ দিছে বন বিষয়াই ৷

লগতে পঢ়ক: কৰ’ণাৰ বাবে কুম্ভ মেলাক প্ৰতীকিভাৱে ৰখাৰ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

Last Updated : Apr 17, 2021, 1:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.