ETV Bharat / state

নিষিদ্ধ হ'ল টিক টক আৰু ফেচবুক !

author img

By

Published : Oct 16, 2019, 9:37 AM IST

Updated : Oct 16, 2019, 3:23 PM IST

বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত ফেচবুক, ৱাটছ আপ আৰু টিক টকৰ জৰিয়তে বহুতো অসামাজিক কাম কাজত লিপ্ত হৈছে একাংশ কলেজীয়া ছাত্ৰ ছাত্ৰী। যাৰ পৰিণতি স্বৰূপে ক্ৰমাৎ ছাত্ৰ ছাত্ৰী সকলৰ বাবে নিজৰ মান-গৰিমা হেৰুৱাবলগীয়া হৈছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে। সেয়ে নিষিদ্ধ হ'ল টিক টক আৰু ফেচবুক

নিসিদ্ধ স্মাৰ্টফোনৰ ভিডিও এপ্লিকেচন

আমগুৰি, ১৬ অক্টোবৰ: কলেজীয়া পোছাক পৰিধান কৰি চ'চিয়েল মিডিয়াত কোনো ধৰণৰ ফটো, টিক টক ভিডিঅ' আপলোড কৰিব নোৱাৰিব শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ সাম্প্ৰতিক সময়ত জনপ্ৰিয় হৈ উঠা স্মাৰ্টফোনৰ ভিডিঅ' এপ্লিকেচনৰ কুপ্ৰভাৱৰ ফলত এই সিদ্ধান্তত উপনীত হৈছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ ৷ বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত ফেচবুক, ৱাটছ আপ আৰু টিক টকৰ জৰিয়তে বহুতো অসামাজিক কাম কাজত লিপ্ত হৈছে একাংশ কলেজীয়া ছাত্ৰ ছাত্ৰী। যাৰ পৰিণতি স্বৰূপে ক্ৰমাৎ ছাত্ৰ ছাত্ৰী সকলৰ বাবে নিজৰ মান-গৰিমা হেৰুৱাবলগীয়া হৈছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে।

শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়

সেয়ে মহাবিদ্যালয়ৰ গৰিমাৰ প্ৰতি লক্ষ্য ৰাখি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাই নিষিদ্ধ কৰে টিক টক আৰু ফেচবুক । এতিয়াৰ পৰা যদিহে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এই নিয়ম উলংঘা কৰি চ'চিয়েল মিডিয়াত কলেজীয়া পোছাকত ফটো বা ভিডিঅ' আপলোড কৰা দৃষ্টি গোচৰ হয় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। আনহাতে ছাত্ৰ একতা সভাৰ এই সিদ্ধান্তক এতিয়া আদৰি লৈছে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে ।

Intro:Body:আমগুৰি, ১৬ অক্টোবৰ:
নিষিদ্ধ হল জনপ্ৰিয় ৱেব টিক টক আৰু ফেচবুক ! এতিয়াৰ পৰা নিৰ্মাণ কৰিব নোৱাৰিব টিক টক ভিডিঅ! কিন্তুু কত কিয় নিষিদ্ধ কৰা হল টিক টিক আৰু ফেচবুক ? প্ৰথমে চাওঁক এই বিশেষ পত্ৰ(জাননী) খন।

১৯৭০ চনতে স্থাপিত হোৱা নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত এতিয়াৰে পৰা কলেজীয়া পোছাক পৰিধান কৰি ফেচবুকত কোনো ধৰণৰ আপত্তিজনক ফটো আপলোদ কৰিব নোৱাৰিব ।লগতে কলেজীয়া পোছাক পিন্ধি নিৰ্মাণ কৰিব নোৱাৰিব কোনো ধৰণৰ টিক টক ভিডিঅ' ।

বৰ্তমানৰ সামাজিক প্ৰেক্ষাপটত ফেচবুক, ৱাটছ আপ আৰু টিক টকৰ জৰিয়তে বহুতো অসামাজিক কাম কাজত লিপ্ত হৈছে একাংশ কলেজীয়া ছাত্ৰ ছাত্ৰী। যাৰ পৰিণতিত উচ্ছৃংখলতা সৃষ্টি কৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে নিজৰ মান গৰিমা হেৰুৱাব লগীয়া হৈছে ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহে।

সেইবাবে তাৰ প্ৰতি লক্ষ্য ৰাখি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ কলেজ কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাই জাৰি কৰিলে এইখন বিশেষ জাননী। এতিয়াৰ পৰাই যদিহে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এই নিয়ম উলংঘা কৰি চছিয়েল মেডিয়াত কলেজীয়া পোছাকত ফটো বা ভিডিঅ আপলোড কৰা দৃষ্টি গোচৰ হয় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ছাত্ৰ একতা সভাৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। আনহাতে ছাত্ৰ একতা সভাৰ এই সিদ্ধান্তক এতিয়া আদৰি লৈছে কলেজৰ ছাত্ৰ ছাত্ৰী সকলে ।

বাইট: মহাবিদ্যালয়ৰ অধ্যক্ষ
ছাত্ৰ একতা সভাৰ বিষয়ববীয়া

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:
Last Updated : Oct 16, 2019, 3:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.