শিৱসাগৰ, 15 নৱেম্বৰঃ শিৱসাগৰৰ আমগুৰিৰ নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনত ছাত্ৰ-ছাত্ৰীৰ কান্দোনৰ ৰোল ৷ আপোনজনক হেৰুৱাৰ দৰেই হিয়া ধাকুৰি কান্দিছে ছাত্ৰ-ছাত্ৰী সকলে । শোকত ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীসকল ৷ হয় ! সুদীৰ্ঘ 12 বছৰ অধ্যয়ন কৰা অন্তত নিজৰ বিদ্যালয়খন তথা আপোন শিক্ষক-শিক্ষয়িত্ৰী সকলক এৰি যোৱাৰ শোকত বৃহস্পতিবাৰে উচুপি উঠিল একাংশ ছাত্ৰ-ছাত্ৰী ৷
লগতে চাওকঃ"মৈত্ৰীদিৱস 2019" অনুষ্ঠানত ভাগ ল'লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে