ETV Bharat / state

আৰক্ষীসহ শিৱসাগৰত নতুনকৈ ৮ জন কৰ'ণাত আক্ৰান্ত

author img

By

Published : Jul 13, 2020, 12:57 PM IST

শিৱসাগৰত নতুনকৈ 8 জনকৈ লোক কোভিড 19ত আক্ৰান্ত হৈছে ৷ শিৱসাগৰ সদৰ থানাৰ সহকাৰী পৰিদৰ্শক নৱ কুমাৰ দাস কোভিড 19 পজিটিভ বুলি চিনাক্ত হৈছে ৷

Sivsagar police station Sub inspactor found COVID 19 positive
কৰ’ণাত আক্ৰান্ত শিৱসাগৰ সদৰ থানাৰ সহকাৰী পৰিদৰ্শক

শিৱসাগৰ,13 জুলাইঃ শিৱসাগৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড 19ত আক্ৰান্ত ৰেগীৰ সংখ্যা ৷ জিলাখনত নতুনকৈ 8 জনকৈ লোক কোভিড 19ত আক্ৰান্ত হৈছে ৷

দেওবাৰে নিশা অহা স্বাব পৰীক্ষাৰ ফলাফলত শিৱসাগৰ সদৰ থানাৰ এগৰাকী আৰক্ষী বিষয়া কোভিড 19 পজিটিভ বুলি ধৰা পৰিছে ৷ শিৱসাগৰ সদৰ থানাৰ সহকাৰী পৰিদৰ্শক নৱ কুমাৰ দাস কোভিড 19 পজিটিভ বুলি চিনাক্ত হৈছে ৷

লগতে পঢ়ক- ভৰা লুইতৰ পৰা উদ্ধাৰ সন্ধানহীন যুৱকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.