ETV Bharat / state

শিৱসাগৰত পুনৰ ১৪ গৰাকীৰ দেহত কোভিড-১৯ পজিটিভ - 127 গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে

শিৱসাগৰত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা 263 গৰাকীলৈ বৃদ্ধি ৷ 134 গৰাকীৰ আৰোগ্য লাভ ৷

sivsagar-more-14-covid-19-positive-case-incrices-to-total-263
শিৱসাগৰত পুনৰ ১৪ গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ
author img

By

Published : Jul 25, 2020, 9:59 AM IST

শিৱসাগৰ,25জুলাইঃ শিৱসাগৰ জিলাতো ৰাজ্যৰ আন প্ৰান্তৰ দৰে কোভিড-19ত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে ৷ জিলাখনত পুনৰ 24 জুলাইত 14 গৰাকীৰ দেহত কোভিড-19ত পজিটিভ ধৰা পৰে ইয়াকে লৈ শিৱসাগৰত কোভিড -১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা 263 গৰাকীলৈ বৃদ্ধি পালে।

শিৱসাগৰত পুনৰ ১৪ গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ

তাৰ বিপৰীতে 134 গৰাকী ৰোগীয়ে জিলাখনত আৰোগ্য লাভ কৰিছে আনহাতে 127 গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে ৷ নতুনকৈ আক্রান্ত হোৱা ১৪ গৰাকী ব্যক্তিৰ ভিতৰত ৯ গৰাকী আমগুৰিৰ, বাকী ৫ গৰাকী কোভিড-১৯ ত আক্রান্ত হোৱাৰ তথ্য নিশ্চিত হৈছে ৰেপিড টেষ্টৰ জৰিয়তে।

লগতে পঢ়কঃ গেছ ক্ৰেকাৰ প্ৰকল্পলৈ দেশৰ শ্ৰেষ্ঠ কোম্পানীৰ সন্মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.