ETV Bharat / state

যোগ-শৈলী প্ৰদৰ্শনেৰে দৃষ্টি আকৰ্ষণ অসীম বৰুৱাৰ

যোগাচাৰ্যগৰাকীয়ে চুলিত উলমি বিস্ময়কৰ যোগ-শৈলী প্ৰদৰ্শন কৰাৰ লগতে চুলিৰে গাড়ী টানি বিস্ময় ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰে। শনিবাৰে জিলাখনৰ কোঁৱৰপুৰত শিক্ষাবিদ সাহিত্যিক খগেন বৰুৱা সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠানত বিস্ময়কৰ ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰে যোগাচাৰ্য অসীম বৰুৱাই।

author img

By

Published : Feb 2, 2020, 10:03 AM IST

সাধনাৰ জৰিয়তে অসম্ভৱকো সম্ভৱ অসীম বৰুৱাৰ

আমগুৰি, ২ ফেব্ৰুৱাৰী: সাধনাৰ জৰিয়তে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। এই আপ্তবাক্যশাৰী প্ৰমাণ কৰি দেখুৱালে শিৱসাগৰ কোঁৱৰপুৰৰ যুৱক অসীম বৰুৱাই।শিৱসাগৰ কোঁৱৰপুৰৰ যুৱক অসীম বৰুৱাই আশ্বৰ্যকৰ যোগ-শৈলী প্ৰদৰ্শন কৰি এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। যোগাচাৰ্যগৰাকীয়ে চুলিত উলমি বিস্ময়কৰ যোগ-শৈলী প্ৰদৰ্শন কৰাৰ লগতে চুলিৰে গাড়ী টানি বিস্ময়কৰ ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰে। শনিবাৰে জিলাখনৰ কোঁৱৰপুৰত শিক্ষাবিদ সাহিত্যিক খগেন বৰুৱা সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠানত বিস্ময়কৰ ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰে যোগাচাৰ্য অসীম বৰুৱাই।

লগতে পঢ়কঃ সাইলাখ ভাৰতৰ মেপৰ দৃশ্য হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু

চুলিত ৰচি বান্ধি শূণ্যত ১ ঘন্টা ৪৫ মিনিটলৈকে ওলমি যোগাভ্যাস কৰে যোগাচাৰ্যগৰাকীয়ে । ইতিমধ্যে যোগাচাৰ্য অসীম বৰুৱাই ৰাষ্ট্ৰীয় পৰ্যায়ত ১২ বাৰকৈ সোণ-ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কলকাতা, গোৱা, হিমাচল প্ৰদেশ আদিত নিজৰ যোগ শৈলী প্ৰদৰ্শন কৰি সমাদৃত হোৱা অসীম বৰুৱাই ইতিমধ্যে যোগ সম্ৰাট, ভাৰত যোগী বঁটা, ভূপেন হাজৰিকা প্ৰেৰণা বঁটা লাভ কৰিবলৈয়ো সক্ষম হৈছে।

Intro:Body:আমগুৰি ২ ফেব্ৰুৱাৰী:

সাধনাৰ জৰিয়তে অসম্ভৱকো সম্ভৱ কৰিব পাৰে। এই আপ্তবাক্যশাৰী প্ৰমাণ কৰি দেখুৱালে শিৱসাগৰ কোঁৱৰপুৰৰ যুৱক অসীম বৰুৱাই।

শিৱসাগৰ কোঁৱৰপুৰৰ যুৱক অসীম বৰুৱাই আশ্বৰ্যকৰ যোগ-শৈলী প্ৰদৰ্শন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

যোগাচাৰ্য অসীম বৰুৱাই চুলিত উলমি বিস্ময়কৰ যোগ-শৈলী প্ৰদৰ্শন কৰা লগতে চুলিৰে গাড়ী টানি বিস্ময় ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰে।

শণিবাৰে শিৱসাগৰ কোঁৱৰপুৰত শিক্ষাবিদ সাহিত্যিক খগেন বৰুৱা সোঁৱৰণী স্মাৰক বক্তৃতানুষ্ঠানত বিস্ময়কৰ ক্ৰীড়া শৈলী প্ৰদৰ্শন কৰে যোগাচাৰ্য অসীম বৰুৱাই।

যোগাচাৰ্য অসীম বৰুৱাই নিজৰ চুলিকোচাৰ সহায়ত সৰু ভানৰ পৰা আল্ট্ৰা বাছলৈকে টানি নিব পাৰে। চুলিত ৰচি বান্ধি শূণ্যত ১ ঘন্টা ৪৫ মিনিটলৈকে ওলমি যোগাভ্যাস কৰিব পাৰে।

ইতিমধ্যে যোগাচাৰ্য অসীম বৰুৱাই ৰাষ্ট্ৰীয় পৰ্যায়ত ১২ বাৰকৈ সোণ-ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কলকাতা, গোৱা, হিমাচল প্ৰদেশ আদিত নিজৰ যোগ শৈলী প্ৰদৰ্শন কৰি সমাদৃত হোৱা অসীম বৰুৱাই যোগ সম্ৰাট, ভাৰত যোগী বটা, ভূপেন হাজৰিকা প্ৰেৰণা বটা লাভ কৰিবলৈ সক্ষম হৈছে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.