শিৱসাগৰ,21আগষ্টঃ দুৰ্গন্ধৰ ফলত সৃষ্টি হোৱা এক অসহনীয় পৰিৱেশ । আৱৰ্জনাৰ পাহাৰে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে শিৱসাগৰ নগৰৰ দেওলীয়াখাট অঞ্চলত । শিৱসাগৰ পৌৰসভাৰ কৃপাত শুদ্ধ বায়ু সেৱনৰ পৰা বঞ্চিত নাগৰিক । চাওক এক প্ৰতিবেদনঃ
বিশুদ্ধ বায়ু বিচাৰি হাহাকাৰ শিৱসাগৰবাসীৰ! - শিৱসাগৰ
১৯১৬ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰ পৌৰসভা। ১৪ টা ৱাৰ্ড সংযুক্ত কৰি গঠন হোৱা শিৱসাগৰ পৌৰসভাই এশ বছৰ পাৰ কৰি যোৱাৰ পাছতো পৌৰ ৰাইজক দিব পৰা নাই পৰ্যাপ্ত সুবিধা। তাৰ পৰিৱৰ্তে পৌৰসভাৰ কেতবোৰ কামে ৰাইজৰ দুৰ্দশা আৰু বৃদ্ধি কৰিছে। জাৱৰ নিষ্কাষণৰ বৈজ্ঞানিক পদ্ধতি গ্ৰহণ নকৰাৰ বাবে এক বৃহৎ অঞ্চলৰ ৰাইজে অকণমান বিশুদ্ধ বায়ুৰ বাবে হাহাকাৰ কৰিছে।
আৱৰ্জনাৰ দ'মে অতিষ্ঠ কৰিছে জনসাধাৰণক
শিৱসাগৰ,21আগষ্টঃ দুৰ্গন্ধৰ ফলত সৃষ্টি হোৱা এক অসহনীয় পৰিৱেশ । আৱৰ্জনাৰ পাহাৰে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে শিৱসাগৰ নগৰৰ দেওলীয়াখাট অঞ্চলত । শিৱসাগৰ পৌৰসভাৰ কৃপাত শুদ্ধ বায়ু সেৱনৰ পৰা বঞ্চিত নাগৰিক । চাওক এক প্ৰতিবেদনঃ
Intro:Body:*শিৱসাগৰ পৌৰসভাৰ আৱৰ্জনাৰ দ'মে অতিষ্ঠ কৰিছে জনসাধাৰণক-জাৱৰৰ দুৰ্গন্ধৰ ফলত সৃষ্টি হৈছে ভয়াবহ পৰিস্থিতিৰ*
Story-DUMPING_STATION
Ananta Smith
Sivasagar
21st August
A_SVR_21ST_AUG_801-804_DUMPING_STATION_7203499
দুৰ্গন্ধ।দুৰ্গন্ধৰ ফলত সৃষ্টি হোৱা এক অসহনীয় পৰিৱেশ।আৱৰ্জনাৰ পাহাৰে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে শিৱসাগৰ নগৰৰ দেওলীয়াখাট অঞ্চলত।শিৱসাগৰ পৌৰসভাৰ কৃপাত শুদ্ধ বায়ু সেৱনৰ পৰা বঞ্চিত নাগৰিক।
১৯১৬ চনত প্ৰতিষ্ঠা হোৱা শিৱসাগৰ পৌৰসভা।১৪ টা ৱাৰ্ড সংযুক্ত কৰি গঠন হোৱা শিৱসাগৰ পৌৰসভাই এশ বছৰ পাৰ কৰি যোৱাৰ পাছতো পৌৰ ৰাইজক দিব পৰা নাই পৰ্যাপ্ত সুবিধা।তাৰ পৰিৱৰ্তে পৌৰসভাৰ কেতবোৰ কামে ৰাইজৰ দুৰ্দশা আৰু বৃদ্ধি কৰিছে।জাৱৰ নিষ্কাষণৰ বৈজ্ঞানিক পদ্ধতি গ্ৰহণ নকৰাৰ বাবে এক বৃহৎ অঞ্চলৰ ৰাইজে অকণমান বিশুদ্ধ বায়ুৰ বাবে হাহাকাৰ কৰিছে।
মন কৰক এই জাৱৰৰ পাহাৰটোলৈ।শিৱসাগৰ পৌৰসভাই সংগ্ৰহ কৰা সমূহ জাৱৰ মজুত কৰা হয় এই স্থানত।এই স্থান কোনো পাণ্ডৱ বৰ্জিত ঠাইত নাই,আছে নগৰৰ দেওলীয়াখাট অঞ্চলত।শিৱসাগৰ নগৰৰ দুৱাৰমুখ এই ঠাইত শিৱসাগৰ পৌৰসভাই জাৱৰৰ পাহাৰ সৃষ্টি কৰাৰ ফলত প্ৰদূষিত হোৱা বায়ু মণ্ডলে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।কাষৰীয়া লোকৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহাযোৱা কৰা লোকৰ বাবে এই অঞ্চল সন্ত্ৰাস হৈ পৰিছে।এই জাৱৰৰ দ'মৰ কাষতে আছে শিৱসাগৰ জিলা পৰিবহন কাৰ্যালয়।এনে আৱৰ্জনাৰ বাবে বিঘ্নিত হৈছে পৰিৱেশ।অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে অঞ্চলটোত দেখা দিছে বিভিন্ন ৰোগৰ।
Bite1-ভুক্তভোগী
আনহাতে শিৱসাগৰ পৌৰসভাৰ এই বিষয়ত নাই কোনো গুৰুত্ব। এই প্ৰসংগত পৌৰসভাৰ মন্তব্য "এই সমূহ অঞ্চল পৌৰসভাৰ।ইয়াত মানুহে অবৈধভাৱে বসবাস কৰিছে।"নগৰৰ মাজমজিয়াৰ পৰা এনে আৱৰ্জনাৰ ভাণ্ডাৰ স্থানান্তৰ কৰিবৰ বাবে শিৱসাগৰ পৌৰসভাই চেষ্টা কৰিছে যদিও উপযুক্ত স্থান লাভ কৰা নাই।লগতে বৈজ্ঞানিক পদ্ধতিৰে জাৱৰ নিষ্কাষণৰ বাবে পৌৰসভাৰ পৰ্যাপ্ত ধন নাই।
Bite2-পৌৰনেত্ৰী
এশ বছৰীয়া শিৱসাগৰ পৌৰসভাৰ এনে কাৰ্যত ৰাইজে দুৰ্ভোগ ভোগ কৰাৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে।এতিয়া প্ৰশ্ন হৈছে এনে ভয়াবহ পৰিস্থিতিৰ পৰা কেতিয়া মুক্তি লাভ কৰিব জনসাধাৰণে!!Conclusion: