ETV Bharat / state

শিৱসাগৰত সকলো শিক্ষানুষ্ঠানৰ পৰীক্ষা আৰু পাঠদান বাতিল - undefined

শিৱসাগৰত সকলো শিক্ষানুষ্ঠানৰ পৰীক্ষা আৰু পাঠদান বাতিল

author img

By

Published : Dec 12, 2019, 8:50 AM IST

Updated : Dec 12, 2019, 10:31 AM IST

09:16 December 12

শিৱসাগৰত সকলো শিক্ষানুষ্ঠানৰ পৰীক্ষা আৰু পাঠদান বাতিল

  • দুদিনৰ বাবে বাতিল কৰা হৈছে সকলে শিক্ষানুষ্ঠানৰ পাঠদান আৰু পৰীক্ষা
  • কিছুসময়ৰ আগতে জিলা প্ৰশাসনে ঘোষণা কৰিছে এই কথা 
  • ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈছে জিলাখনৰ পৰিস্থিতি
  • শিৱসাগৰ নগৰৰ ৰাজপথত সেনাই টহল দিয়া পৰিলক্ষিত হৈছে

08:45 December 12

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিচত শিৱাগৰত নিশা প্ৰতিবাদ

  • শিৱসাগৰত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে এই মূহুৰ্তত
  • কেব গৃহীত হোৱাৰ পিচত বুধবাৰে নিশা শিৱসাগৰৰ বিভিন্ন অঞ্চলত বিক্ষিপ্ত প্ৰতিবাদ
  • পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটাৰ আশংকাত কটকটীয়া নিৰাপত্তা জিলা প্ৰশাসনৰ
  • আজি পুৱাৰ পৰা সামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ আৰম্ভ হৈছে শিৱসাগৰ নগৰত 
  • গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান জিলা প্ৰশাসনৰ 
  • যিকোনো মূহুৰ্তত কঠোৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা প্ৰশাসনৰ
  • প্ৰতিবাদকাৰী সকলক হিংসাত্মক কাৰ্যৰ পৰা আঁতৰি থকাৰ আহ্বান প্ৰশাসনৰ

Intro:Body:

কেব গৃহীত হোৱাৰ পিচত বুধবাৰে শিৱসাগৰত বিক্ষিপ্ত প্ৰতিবাদ

পৰস্থিতি ক্ৰমাৎ অৱনতি ঘটাৰ আশংকাত কটকটীয়া নিৰাপত্তা 

সামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ আৰম্ভ কৰিছে পুৱাই

গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ আহ্বান প্ৰশাসনৰ 

যিকোনো মূহুৰ্তত কঠোৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা প্ৰশাসনৰ

Conclusion:
Last Updated : Dec 12, 2019, 10:31 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.