ETV Bharat / state

শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন

author img

By

Published : Nov 7, 2019, 9:35 AM IST

শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ মৌচুমী ৰেখা খাউণ্ডৰ বেংক একাউন্টৰ পৰা ৬০,০০০ হাজাৰ টকা অন্তৰ্ধান হয় ৷

শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন

আমগুৰি ৭ নৱেম্বৰ: ৰাজ্যত গৃহ বিভাগে চাইবাৰ চেল স্থাপন কৰিছে যদিও ৰোধ কৰিব পৰা নাই চাইবাৰ অপৰাধ ৷ দিনে দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা ৷ শেহতীয়াকৈ যোৰহাটত সংঘটিত হৈছিল বেংকৰ পৰা সৰ্বাধিক ধন হৰলুকিৰ ঘটনা ৷ এইবাৰ শিৱসাগৰত সংঘটিত হ'ল চাইবাৰ অপৰাধৰ ঘটনা ৷ শিৱসাগৰ নামতিত বেংক একাউন্ট হেকাৰৰ কৱলত পৰি সৰ্বস্বান্ত হ'ল এগৰাকী অধ্যাপিকা ৷ বেংক একাউন্ট হেক কৰি হেকাৰে লুটিলে ৬০,০০০ হাজাৰ টকা ৷

শিৱসাগৰত হেকাৰে লুটিলে অধ্যাপিকাৰ ধন
ঘটনা অনুসৰি নামতি চাৰি আলিৰ চেপাংগনি এচ বি আই শাখাৰ পৰা সংঘটিত হয় এই ঘটনা ৷ বিশিষ্ট কবি-সাহিত্যিক,শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ডঃ মৌচুমী ৰেখা খাউণ্ডৰ বেংক একাউন্টৰ পৰা ৬০,০০০ হাজাৰ টকা অন্তৰ্ধান হয় ৷ এই ঘটনাৰ লগে লগে টোল ফ্রি নাম্বাৰত ফোন কৰি অধ্যাপিকা গৰাকীয়ে এটিম ব্লক কৰে আৰু লগে লগে শাখা প্ৰৱন্ধকক অভিযোগ দিয়ে । ২০ হাজাৰকৈ দুবাৰ একাউন্ট ট্ৰেন্সফাৰ আৰু ১০,০০০ হাজাৰকৈ দুবাৰ এটিএমৰ পৰা মুঠ ষাঠি হাজাৰ টকা দুবৃত্তই উলিয়াই নিয়ে।

লগতে জানিবলৈ চাওকঃ প্লাষ্টিকমুক্ত ভাৰতঃ ETV BHARATৰ স'তে সহযোগিতাত বিজ্ঞানী উদ্ধৱ ভৰালী

Intro:Body:আমগুৰি ৭ নবেম্বৰ:

শিৱসাগৰ নামতিত পুনৰ বেংক একাউন্ট হেক

বেংক একাউন্ট হেক কৰি হেকাৰে লুটিলে ৬০,০০০(ষাঠি হাজাৰ) টকা

নামতি চাৰি আলিৰ চেপাংগনি এচ বি আই শাখাৰ পৰা এই কাণ্ড সংঘটিত হয়।

বিশিষ্ট কবি-সাহিত্যিক,শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড০ মৌচুমী ৰেখা খাউণ্ডৰ বেংক একাউন্ট হেক কৰি দূৰ্বিত্তই লুট কৰে ৬০,০০০(ষাঠি হাজাৰ) টকা

নামতি চাৰি আলিৰ চেপাংগনি এচ বি আই শাখাৰ পৰা এই কাণ্ড সংঘটিত হোৱাৰ পিছতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ

ঘটনাৰ লগে লগে টোল ফ্রি নাম্বাৰত ফোন কৰি অধ্যাপিকা গৰাকীয়ে এ .টি.ম ব্লক কৰে আৰু শাখা প্ৰৱন্ধকক অভিযোগ দিয়ে । ২০ হাজাৰকে দুবাৰকৈ একাউন্ট ট্ৰেন্সফাৰ আৰু ১০,০০০ হাজাৰকৈ দুবাৰ এ . টি .এম উইথড্ৰ কৰি মুঠ ষাঠীহাজাৰ টকা দুবৃত্তই উলিয়াই নিয়ে।

ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ধ্ৰুৱজ্যোতি নাথ আৰু শিক্ষক গোট একত্ৰিত হৈ শাখা প্ৰৱন্ধকক অৱগত কৰি হেৰোৱা টকা উদ্ধাৰ আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে দাবী জনায়

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.