ETV Bharat / bharat

ধনু ৰাশিৰ সম্পৰ্কত প্ৰেম বৃদ্ধি...সিংহ ৰাশিয়ে পাব অপ্ৰত্যাশিত লাভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 1st August

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 12:18 AM IST

Daily Horoscope : আজি ৰাশি সলনি কৰি মিথুন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 1st August 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: আপোনাৰ আজিৰ দিনটো শুভ আৰু ঘটনাবহুল ৷ কিন্তু মানসিক অস্থিৰতাৰ বাবে আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ মনস্থিৰ কৰিব নোৱাৰিব, আত্মবিশ্বাস আৰু দৃঢ়তাৰে সৈতে কোনো সিদ্ধান্ত ল’ব নোৱাৰিব ৷ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক ৷ অফিচৰ কামত ভ্ৰমণৰ সম্ভাৱনা আছে ৷

বৃষ ৰাশি: আজি গোটেই দিন আপুনি ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকিব লাগিব ৷ বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ ফলত আপোনাৰ হাতলৈ অহা পৰা সুযোগ গুচি যাব পাৰে ৷ সকলোৰে সৈতে বুজাবুজিৰে পাৰস্পৰিক সদ্ভাৱ বৰ্তাই ৰাখি চলক ৷ ভ্ৰমণ পিছুৱাই দিয়ক ৷ আজিৰ দিনটো বিশেষকৈ লেখক, শিল্পী আৰু পৰামৰ্শদাতাসকলৰ বাবে শুভ ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব ৷

মিথুন ৰাশি: আজি আপোনাৰ বাবে আৰ্থিক লাভ অপেক্ষা কৰি আছে ৷ আজি আপুনি সুখাদ্য ভোজন কৰিব, নিজৰ পছন্দৰ পোছাক পিন্ধিব আৰু বন্ধু তথা আত্মীয়-স্বজনৰ সৈতে আনন্দ-ফুৰ্তি কৰি সময় কটাব ৷ উপহাৰ পাব ৷ স্বাস্থ্য উত্তম ৷ অনাৱশ্যক ব্যয়ৰ সম্ভাৱনা আছে গতিকে সাৱধানে থাকক ৷ আজি হতাশা আৰু লাজৰ চিকাৰ নহ’ব ৷ আত্মবিশ্বাসী আৰু উদ্দেশ্য লৈ চলক ৷

কৰ্কট ৰাশি: আজি আপুনি বিভ্ৰান্ত হৈ থাকিব আৰু মনত আপোনাৰ খেলিমেলি লাগি থাকিব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক ৷ আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ উদ্দেশ্যৰ সংঘাত হ’ব পাৰে ৷ অধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ সাংসাৰিক প্ৰয়োজনত আপুনি অধিক খৰছ কৰিবলগীয়া হ’ব পাৰে ৷ মুখত লেকাম টানি ৰাখক আৰু ভুল বুজাবুজি দূৰ কৰক ৷ আপোনাৰ স্বাস্থ্যই দিগদাৰ দিব পাৰে ৷ সংবেদনশীলতাৰে কাম কৰক, নিজৰ নাম আৰু ধন নষ্ট হ’বলৈ নিদিব ৷

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভৰ যোগ আছে ৷ বন্ধুসকলে বিশেষকৈ মহিলাসকলে আপোনাৰ কথা চিন্তা কৰিব আৰু আপোনাৰ প্ৰতি আন্তৰিকতা প্ৰকাশ কৰিব ৷ সুন্দৰ কোনো ঠাইত ফুৰিবলৈ যাব পাৰে ৷ আপুনি মনস্থিৰ কৰিব নোৱাৰা হ’লে সুযোগ আপোনাৰ হাতৰপৰা গুচি যাব পাৰে ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰপৰা বিৰত থাকক ৷ ব্যৱসায়ীসকলে অপ্ৰত্যাশিত লাভৰ আশা কৰিব পাৰে ৷ আজিৰ দিনটোৰ সৰহ ভাগ সময় আৰুনি চিন্তাত মগ্ন হৈ থাকিব ৷

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু সদয় ৷ আজি কোনো প্ৰকল্প বা উদ্যোগ হাতত ল’লে সফলতাৰে সম্পন্ন কৰিব পাৰিব ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ যোগ আছে ৷ ব্যৱসায়ীসকলে প্ৰচুৰ লাভ কৰিব ৷ পিতৃৰ ফালৰপৰা লাভ আৰু উপকাৰ পাব ৷ পৰিয়ালত সুখ আৰু শান্তি বৰ্তাই থাকিব ৷

তুলা ৰাশি: আজিৰ দিনটো ব্যৱসায়ীসকলৰ কাৰণে লাভদায়ক ৷ বৃত্তিধাৰী আৰু চাকৰিয়ালসকলে আজি হয়তো দেখিব যে আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকৰ প্ৰতি আন্তৰিকতা আৰু সহযোগিতাৰ ভাৱ পোষণ কৰি আছে ৷ দীঘলীয়া এটা ছুটী কটাবলৈ যাব পাৰে, বিশেষকৈ তীৰ্থযাত্ৰাত যাব পাৰে ৷ আজি আপুনি গভীৰভাৱে সাহিত্যিক আৰু বৌদ্ধিক ক্ৰিয়াকলাপত মগ্ন হৈ থাকিব ৷ বিদেশত বসবাসকাৰী বন্ধু আৰু প্ৰিয়জনসকলৰপৰা বাতৰি পাই আপোনাৰ মন ভাল লাগিব ৷ তথাপি কিবা যেন এটা অভাৱ বোধ আপোনাক দুখ দি থাকিব ৷

বৃশ্চিক ৰাশি: সুৰক্ষিত আৰু নিৰাপদ হৈ থাকিবলৈ আজি আপোনাক সতৰ্ক হৈ থাকিব লাগিব আৰু ভাবি চিন্তি চলিব লাগিব ৷ পৰিস্থিতি আপোনাৰ অনুকূলত নাই আজি ৷ সেয়ে নতুন প্ৰকল্প আৰু কাৰ্যসূচী পিছুৱাই দিয়ক ৷ নিজৰ খঙক নিয়ন্ত্ৰণত ৰাখক ৷ কূটাঘাতমূলক আৰু অবৈধ কাম কৰাৰ চিন্তা মূৰৰপৰা উলিয়াই দিয়ক ৷ অধিক ব্যয়ৰ ফলত আৰ্থিক সমস্যা দেখা দিব পাৰে ৷

ধনু ৰাশি: আজি আপোনাৰ দিনটো উৎসাহপূৰ্ণ, আনন্দপূৰ্ণ আৰু সুখপূৰ্ণ হৈ থাকিব ৷ আপুনি আজি মনোৰঞ্জন আৰু আমোদ লাভ কৰিব ৷ অৰ্থাৎ আজি আপুনি কোনো পাৰ্টিত যাব পাৰে, পিকনিকত যাব পাৰে, মনোৰম ভ্ৰমণত যাব বা শ্বপিং কৰিবলৈ যাব পাৰে ৷ আপুনি আনন্দত মতলীয়া হৈ ৰ’ব, এইটো প্ৰকাশ পাব আপোনাৰ ৰুচিশীল পোছাক আৰু বিভিন্ন ধৰণৰ ৰন্ধনৰ প্ৰতি আপোনাৰ জুতিৰ জৰিয়তে ৷ সকলো প্ৰকাৰ সৃজনশীল আৰু সাহিত্যিক কৰ্মৰ বাবে দিনটো বৰ ভাল ৷ আপুনি প্ৰশংসা পাব পাৰে ৷ অংশীদাৰিত্বৰ বাবে সময়টো ভাল ৷ সংগীৰ সৈতে ভাল সময় কটাব লগতে প্ৰেম বৃদ্ধি হ’ব পাৰে ৷

মকৰ ৰাশি: আজি কোনো ব্যৱসায়ৰ সম্প্ৰসাৰণ কৰিলে অত্যধিক লাভদায়ক প্ৰমাণিত হ’ব ৷ সকলো কাম পৰিকল্পনা অনুসৰি হৈ থাকিব ৷ আৰ্থিক লেনদেন আপোনাৰ অনুকূলত থাকিব পাৰে ৷ ব্যৱসায় কোনো বাধা নোহোৱাকৈ আগবাঢ়ি যাব ৷ অংশীদাৰ আৰু সহকৰ্মীসকলৰপৰা আন্তৰিকতা পাব আৰু তেওঁলোকৰপৰা কিবা সাহায্য বিচাৰিলে পাব ৷ স্বাস্থ্য উত্তম ৷ ঘৰত সুখ-শান্তি বৰ্তাই থাকিব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ চিন্তা আৰু কথাবতৰাত কিছু পৰিৱৰ্তন দেখা যাব পাৰে ৷ আপুনি আজি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাহিত্যিক আৰু সাংস্কৃতিক ক্ৰিয়াকলাপত স্ফুৰণ দেখা দিব পাৰে ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে ৷ আজি আপোনাৰ হজমৰ সমস্যা দেখা দিব পাৰে আৰু আপুনি আজি নিজক সম্পূৰ্ণ ৰূপত নিশকতীয়া অনুভৱ কৰিব ৷

মীন ৰাশি: আজি আপুনি উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া বিবাদ হ’ব পাৰে, আপুনি তৰ্ক-বিতৰ্ক এৰাই চলাটোহে ভাল ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল আৰু নিশকতীয়া অনুভৱ কৰিব ৷ অপ্ৰত্যাশিত ঘটনা আপোনাক আমনি দি থাকিব, আপোনাৰ মনক অস্থিৰ কৰি ৰাখিব ৷ কৰ্মক্ষেত্ৰৰ সমস্যাই আপোনাৰ সমস্যাক বৃদ্ধি কৰিব ৷ নাম আৰু যশ নষ্ট হ’ব পাৰে ৷ সাৱধানে ব্যৱসায় কৰক ৷

লগতে পঢ়ক: বহু জাতক-জাতিকাৰ জীৱনলৈ পৰিৱৰ্তন আহিব এই সপ্তাহত : প্ৰেম বিবাহৰ যোগ; জানক আপোনাৰ বিষয়ে - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.