ETV Bharat / state

গেলেকি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ - সদৌ অসম ছাত্ৰ সন্থা

গেলেকি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ ৷ ২৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘন্টীয়া অ.এন.জি.চি. বন্ধৰ কায্যসূচী ৰূপায়ণ কৰিব শিৱসাগৰ জিলা ছাত্ৰ সন্থাই৷ এক সংবাদ মেলৰ জৰিয়তে এই কথা ষ্পষ্ট কৰে সংগঠনটোৱে

গেলেকি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ
author img

By

Published : Aug 25, 2019, 7:44 PM IST

শিৱসাগৰ, 25 আগষ্টঃ ONGCৰ অধীনৰ গেলেকি তৈলক্ষেত্ৰ বিদেশী শ্লাম বাৰজাৰ কোম্পানীক গতাব বিচৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা । তাৰোপৰি অ.এন.জি.চি.য়ে দীৰ্ঘদিন ধৰি থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত নকৰা, অসমৰ বানপানীত আর্তজনক সহায় আগবঢ়োৱাৰ পৰা বিৰত থকা ইত্যাদিৰ বিৰুদ্ধেও সৰৱ হ'ল সংগঠনটো। অ.এন.জি.চি. থলুৱা বিৰোধী নীতি আৰু তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে ২৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘন্টীয়া অ.এন.জি.চিৰ বন্ধ ঘোষণা ষ্পষ্ট কৰে আছুৰ সদৌ অসম শিক্ষা সম্পাদক শৰৎ হাজৰিকাই ।

গেলেকি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ

আনহাতে অসম আৰু অসমীয়াৰ বৃহৎ স্বার্থক ভেঙুচালি কৰি অসমৰ আর্থসামাজিক দিশটোত অ এন জি চিৰ অৱদান নগণ্য হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। উল্লেখ্য যে, এই সংবাদ মেলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈৰ লগতে আছুৰ বহু কেইগৰাকী সদস্য৷

Intro:Body:*গেলেকি তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ*: *অহা ২৮ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘন্টী বন্ধৰ কাৰ্য্যসূচী ৰূপায়ন কৰিব শিৱসাগৰ জিলা ছাত্ৰ সন্থাই* *আজি বিয়লি এক সংবাদ মেলৰ জৰিয়তে এই কথা ষ্পষ্ট কৰে আছুৱে*

Story-ONGC_BANDH
Ananta Smith
Sivasagar
25th August

A_SVR_25TH_AUG_801-803_ONGC_BANDH_7203499

অ.এন.জি.চি.ৰ অধীনত ৰ গেলেকি তৈলক্ষেত্ৰ বিদেশী শ্লাম বাৰজাৰ কোম্পানীক গতাব বিচাৰৰ লগতে অসম বিৰোদ্ধী কাৰ্য্যকলাপ বিৰোদ্ধে সৰৱ হৈ উঠিছে আছু ।অ.এন.জি.চি.য়ে দীৰ্ঘদিন ধৰি থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত নকৰা, অসমৰ বানপানীত আর্তজনক তিলমানো সহায় আগবঢ়োৱাৰ পৰা বিৰত থকা ইত্যাদি কাৰণত এনে বন্ধৰ ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ষ্পষ্ট কৰিছে সংগঠনটোৱে।

অ.এন.জি.চি. থলুৱা বিৰোধী নীতি আৰু তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰোধিতাৰে ২৮ আগষ্ট দিনা পুৱা ৫ বজাৰ পৰা ১০০ ঘন্টীয়া অ.এন.জি.চি ৰ বন্ধ ঘোষণা ষ্পষ্ট কৰি দিয়ে সংবাদ মেলৰ জৰিয়তে আছুৰ সদৌ অসম শিক্ষা সম্পাদক শৰৎ হাজৰিকাই।

অসম আৰু অসমীয়াৰ বৃহৎ স্বার্থক ভেঙুচালি কৰি অসমৰ আর্থসামাজিক দিশটোত অ এন জি চিৰ অৱদান নগণ্য হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। সংবাদ মেলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈ ।

Bite-সম্পাদক,জিলা ছাত্র সন্থাConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.