ETV Bharat / state

শিৱসাগৰলৈ উত্তৰ-পূবৰ পৰিষ্কাৰ নগৰৰ সন্মান

ভাৰত চৰকাৰৰ আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰদান কৰিছে এই সন্মান।

etv bharat
author img

By

Published : Mar 9, 2019, 2:54 PM IST

নিউজ ডেস্ক, ৯ মাৰ্চ : শিৱসাগৰ নগৰলৈ উত্তৰপূৱৰ সবাতোকৈ পৰিষ্কাৰ নগৰৰ সন্মান । ভাৰত চৰকাৰৰ আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰদান কৰিছে এই সন্মান।

sivasagar

নতুন দিল্লীৰ বিজ্ঞান ভৱনত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰীক এই বঁটা প্ৰদান কৰা হয় । ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যা থকা নগৰৰ শিতানত স্বচ্ছ ভাৰত অভিযানৰ অধীনৰ স্বচ্ছ সৰ্বেক্ষণৰ জৰিয়তে এই সন্মান শিৱসাগৰ নগৰলৈ প্ৰদান কৰা হৈছে । নতুন দিল্লীৰ পৰা সন্মান গ্ৰহণ কৰি শনিবাৰে শিৱসাগৰত উপস্থিত হোৱা পৌৰনেত্ৰী মৃদুস্মিতা সিংহই এই সন্মানক ঐতিহাসিক চহৰখনলৈ এক গৌৰৱ বুলি প্ৰকাশ কৰে।

*শিৱসাগৰ নগৰলৈ ভাৰত চৰকাৰৰ উত্তৰপূৱৰ সৰ্বাধিক পৰিষ্কাৰ নগৰৰ সন্মান*

Story-CLEAN_CITY
Ananta smith
Sivasagar
09th March

A_SVR_09TH_MAR_806-808_CLEAN_CITY_ANANTA

শিৱসাগৰ নগৰলৈ উত্তৰপূৱৰ সকলোতকৈ পৰিষ্কাৰ নগৰৰ সন্মান প্ৰদান কৰিছে ভাৰত চৰকাৰে।ভাৰত চৰকাৰৰ আৱাস আৰু নগৰ পৰিক্ৰমাৰ মন্ত্ৰণালয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰীক এই বঁটা প্ৰদান কৰে।৫০ হাজাৰৰ পৰা ১ লাখ আৱাদী থকা নগৰৰ শিতানত স্বচ্ছ ভাৰত অভিযানৰ অধিনত স্বচ্ছ সৰ্বেক্ষণৰ জড়িয়তে এই সন্মান শিৱসাগৰ নগৰলৈ প্ৰদান কৰা হৈছে।নতুন দিল্লীৰ পৰা সন্মান গ্ৰহণ কৰি আজি শিৱসাগৰত উপস্থিত হোৱা পৌৰনেত্ৰী মৃদুস্মিতা সিংহই কয় যে এনে সন্মান শিৱসাগৰৰ বাবে এক গৌৰৱ।

Bite-পৌৰনেত্ৰী

পৰিষ্কাৰ নগৰৰ এই বঁটাৰ লগত এখন মানপত্ৰ আৰু মহামানৱ মহাত্মা গান্ধীৰ এক প্ৰতিমূৰ্তি প্ৰদান কৰা হৈছে।আনহাতে সততে জাৱৰৰ দ'মত পৰিণত হোৱা শিৱসাগৰ নগৰে কিদৰে এনে আপুৰুগীয়া সন্মান বুটলিবলৈ সক্ষম হল তাক লৈ সমালোচনাৰ সৃষ্টি হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.