ETV Bharat / state

এন আৰ চি সন্দৰ্ভত শিৱসাগৰৰ উপায়ুক্তৰ প্ৰতিক্ৰিয়া - nrc draft

নাম কৰ্তন হোৱা প্ৰতিজন ব্যক্তিলৈ সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰা হ'ব ৷ তেওঁলোকক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে শুনানিলৈ তলব কৰা হ'ব ৷

এন আৰ চি সন্দৰ্ভত শিৱসাগৰৰ উপায়ুক্তৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jun 26, 2019, 7:35 PM IST

শিৱসাগৰ,26 জুন: NRCৰ অতিৰিক্ত কৰ্তন খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লোকে লাভ কৰিব ওজৰ-আপত্তি প্ৰদৰ্শনৰ সুবিধা ৷ শিৱসাগৰ জিলাৰ উপায়ুক্ত ডঃ এছ লক্সমনে এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰকাশ কৰিছে এই কথা ৷

এন আৰ চি সন্দৰ্ভত শিৱসাগৰৰ উপায়ুক্তৰ প্ৰতিক্ৰিয়া

নাম কৰ্তন হোৱা প্ৰতিজন ব্যক্তিলৈ এই সন্দৰ্ভত সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰা হ'ব আৰু তেওঁলোকক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে শুনানিলৈ তলব কৰা হ'ব বুলিও জানিবলৈ দিয়ে ৷ এই শুনানিতে পৰৱৰ্তী আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

উল্লেখ্য যে,বুধবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা তালিকাত অন্তৰ্ভুক্ত হৈছে সমগ্ৰ ৰাজ্যৰে 1 লাখ 2 হাজাৰ 462 গৰাকী লোকৰ নাম ৷ শিৱসাগৰ জিলাৰ কিমান লোকৰ নাম এই তালিকাত সোমাইছে সেই সন্দৰ্ভত জিলা উপায়ুক্ত লক্সমনে কিন্তু প্ৰকাশ নকৰিলে কোনো তথ্য ৷ বিশ্বাসযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই তালিকাত অন্তৰ্ভুক্ত হৈছে শিৱসাগৰ জিলাৰ 100 জনকৈও অধিক লোকৰ নাম ৷

অতিৰিক্ত কৰ্তন খচৰাত  অন্তৰ্ভুক্তই সুবিধা পাব  ওজৰ আপত্তি প্ৰদৰ্শনৰ: উপায়ুক্ত শিৱসাগৰ:শিৱসাগৰ জিলাৰ কিমান ব্যক্তি অন্তৰ্ভুক্ত হৈছে এই তালিকাত?

Story-NRC SIVASAGAR
Ananta Smith
Sivasagar
26th June

A_SVR_26TH_JUNE_806-807_NRC_SIVASAGAR_7203499

আজি প্ৰকাশ পোৱা NRC ৰ অতিৰিক্ত কৰ্তন খচৰাত যি সকল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে সেই সকলে উজৰ আপত্তি প্ৰদৰ্শন কৰাৰ সুবিধা লাভ কৰিব ।শিৱসাগৰ জিলাৰ উপায়ুক্ত ডঃ এছ   লক্সমননে আজি এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰা এই কথা প্ৰকাশ কৰে।নাম কৰ্তন হোৱা প্ৰতিজন ব্যক্তিলৈ এই সন্দৰ্ভত সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰা হব আৰু তেওঁলোকক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে শুনানীলৈ তলব কৰা হব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।এই শুনানিতে পৰৱৰ্তী আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হব।

উল্লেখযোগ্য যে  আজি প্ৰকাশ পোৱা খচৰা
তালিকাত সমগ্ৰ ৰাজ্যৰ ১ লাখ ২ হাজাৰ ৪৬২ গৰাকী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে।

শিৱসাগৰ জিলাৰ কিমান লোকৰ নাম এই তালিকাত সোমাইছে সেই সন্দৰ্ভত জিলা উপায়ুক্ত লক্সমননে কোনো তথ্য প্ৰকাশ কৰিবলৈ সন্মত নহল।বিশ্বাসযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি এই তালিকাত জিলা খনৰ ১০০ অথবা তাতকৈ সামান্য অধিক লোকৰ নাম অন্তৰ্ভূক্ত হৈছে।

Bite:এছ লক্ষ্মণন,উপায়ুক্ত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.