ETV Bharat / state

জয় এশ শতাংশ নিশ্চিতঃ তপন গগৈ - তপন গগৈ

শিৱদ'লত সেৱা লৈ যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ ঘোষণা জয় এশ শতাংশ নিশ্চিত

শিৱদ'লত তপন গগৈ
author img

By

Published : Mar 25, 2019, 12:34 PM IST

Updated : Mar 25, 2019, 12:47 PM IST

শিৱসাগৰ, 25 মাৰ্চঃযোৰহাটত মনোনয়ন দাখিলৰ পূৰ্বে শিৱসাগৰৰ শিৱদ'লত আঁঠু লৈ নিজৰ বিজয়ৰ বাবে প্ৰাৰ্থনা জনালে যোৰহাট লোকসভাৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়ে ৷ শিৱদ'লত সেৱা লৈ মনোনয়ন দাখিলৰ বাবে যোৰহাটলৈ ৰাওনা হোৱাৰ পূৰ্বে যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়ে নিজৰ জয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে ৷

শিৱদ'লত তপন গগৈ
নাগৰিকত্ব সংশোধনী বিধেয়কসম্পৰ্কত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ফালৰি কাটিনৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিলেহে দেশৰ উন্নয়ন হ'ব বুলি মন্তব্য কৰে তপন গগৈয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়কে নিৰ্বাচনত প্ৰভাৱ নেপেলায় বুলিও কয় গগৈয়ে ৷

লক্ষণীয়ভাৱে বিজেপি প্ৰাৰ্থীগৰাকীৰ সৈতে দেখা নগ'ল শিৱসাগৰৰ এজনো বিজেপি বিধায়কক ৷ গগৈক সংগ দিয়েশিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীৱে ৷

শিৱদ'লত বিজেপি প্ৰাৰ্থী তপন গগৈ:  জয়ৰ বাবে মহাদেৱৰ ওচৰত ললে আঁঠু: বিজেপি বিধায়কৰ পৰিৱৰ্তে  একাংশ আছু কৰ্মীৰ সহযোগত জলালে চাকি:  নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কত পুনৰ মৌনব্ৰত:  

Story-TAPAN_GOGOI
Ananta Smith
Sivasagar
25th March

A_SVR_25TH_MAR_801-802_TAPAN_GOGOI_ANANTA

যোৰহাটত মনোনয়ন দাখিলৰ পূৰ্বে শিৱসাগৰৰ শিৱদ'লত আঁঠু লৈ নিজৰ বিজয়ৰ প্ৰাৰ্থনা জনালে যোৰহাট লোকসভাৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়ে ৷ শিৱসাগৰ জিলাৰ এজনো বিজেপি বিধায়কক লগত লৈ নহা  তপন গগৈয়ে মহাদেৱৰ সন্মুখত সেৱা লোৱাত সহযোগিতা আগবঢ়াই শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুঁৱৰী আৰু একাংশ আছু সদস্যই।
   
শিৱদ'লত সেৱা লৈ মনোনয়ন দাখিলৰ বাবে যোৰহাটলৈ ৰাওনা হোৱাৰ পূৰ্বে বিজেপি প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকক নিজৰ জয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰাৰ লগতে জাতিধ্বংসী  নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কত পূৰ্বৱত মৌনতা অৱলম্বন কৰি নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধান মন্ত্ৰী পদত অধিস্থিত কৰিলেহে দেশৰ উন্নয়ন হব বুলি মন্তব্য কৰে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিজেপি পুনৰ শাসনলৈ অাহিলে জাতিধ্বংসী বিধেয়ক আনিবই বুলি দাবী কৰাৰ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত একালৰ আছু তথা জাতীয়তা বাদী নেতা গৰাকীয়ে  কৌশলৰে বিষয়টো এৰাই চলি কংগ্ৰেছে ৭০ বছৰত নকৰা কাম বিজেপিয়ে পাঁচ বছৰত কৰা বুলি দাবী কৰে ৷ ইফালে আজি গেৰুৱা বসন পিন্ধিব লগা আটাছুৰ উপদেষ্টা অশ্বিনী চেতিয়াক দললৈ আদৰণি জনাই বিজেপি প্ৰাৰ্থী গৰাকীয়ে শতাধিক কৰ্মী সহ যোৰাট  অভিমুখে ৰাওনা হয় মনোনয়ন দাখিলৰ অৰ্থে।

Bite: - তপন গগৈ
Last Updated : Mar 25, 2019, 12:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.