আমগুৰি, ১ ছেপ্টেম্বৰ: বাংগালুৰুত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ চৰ্চা অসমীয়া সমাজৰ ৷ দেওবাৰে সমগ্ৰ ৰাজ্যৰ উপৰিও বাংগালুৰুতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় । নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিস্থাপক মহাপুৰুষ জনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰসাৰৰ উদ্দেশেৰে সুদূৰ বাংগাৰলুৰুত থকা অসমীয়া সমাজে বাংগালুৰুৰ মাৰাঠালি চিনপাহালী লেৱাউটত গুৰুজনাৰেই সৃষ্টি নামঘৰ প্ৰতিস্থা কৰি চৰ্চা কৰি আহিছে । বাংগালোৰত থকা অসমীয়া সমাজে ২০১৮ চনতে নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ বিৰচিত সত্ৰীয়া কৃষ্টি, অংকীয়া নাট চৰ্চা কৰাৰ লগতে পৱিত্ৰ ভাদ মাহত নাম -কীৰ্ত্তনেৰে, প্ৰাৰ্থনা পদ ,স্তুতি, ঘোষাৰে মুখৰিত কৰি তুলিছে বাংগালুৰুস্থিত নামঘৰ প্ৰাংগন ।
বাংগালুৰুত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ চৰ্চা অসমীয়া সমাজৰ - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
দেওবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় । বাংগালোৰৰ অসমীয়া সমাজৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ চৰ্চা কৰা হয় ৷
আমগুৰি, ১ ছেপ্টেম্বৰ: বাংগালুৰুত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ চৰ্চা অসমীয়া সমাজৰ ৷ দেওবাৰে সমগ্ৰ ৰাজ্যৰ উপৰিও বাংগালুৰুতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় । নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিস্থাপক মহাপুৰুষ জনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰসাৰৰ উদ্দেশেৰে সুদূৰ বাংগাৰলুৰুত থকা অসমীয়া সমাজে বাংগালুৰুৰ মাৰাঠালি চিনপাহালী লেৱাউটত গুৰুজনাৰেই সৃষ্টি নামঘৰ প্ৰতিস্থা কৰি চৰ্চা কৰি আহিছে । বাংগালোৰত থকা অসমীয়া সমাজে ২০১৮ চনতে নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ বিৰচিত সত্ৰীয়া কৃষ্টি, অংকীয়া নাট চৰ্চা কৰাৰ লগতে পৱিত্ৰ ভাদ মাহত নাম -কীৰ্ত্তনেৰে, প্ৰাৰ্থনা পদ ,স্তুতি, ঘোষাৰে মুখৰিত কৰি তুলিছে বাংগালুৰুস্থিত নামঘৰ প্ৰাংগন ।
আমগুৰি, ১ ছেপ্টেম্বৰ:
STORY_বাংগালোৰত শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীৰ চৰ্চা অসমীয়া সমাজৰ
OCVO_আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ।নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিস্থাপক মহাপুৰুষ জনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰসাৰৰ উদ্দেশেৰে সুদূৰ বাংগাৰলোৰত থকা অসমীয়া সমাজে বাংগালোৰৰ মাৰাঠালি চিনপাহালী লেৱাউটত গুৰুজনাৰেই সৃষ্টি নামঘৰ প্ৰতিস্থা কৰি চৰ্চা কৰি আহিছে । বাংগালোৰত থকা অসমীয়া সমাজে ২০১৮ চনতে নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ বিৰচিত সত্ৰীয়া কৃষ্টি, ঝুমুৰি চৰ্চা কৰাৰ লগতে পৱিত্ৰ ভাদ মাহত নাম -কীৰ্ত্তনেৰে,প্ৰাৰ্থনা পদ ,স্তুুতি , ঘোষা পদৰে মুখৰিত কৰি তুলিছে বাংগালোৰত অৱস্থিত নামঘৰ প্ৰাংগন।
সমীৰণ দুৱৰা আমগুৰি
Conclusion: