আমগুৰি,26 মে’: দিখৌমুখৰ দেওঘৰীয়া ভাস্কৰজ্যোতি ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ ৷ ভাস্কৰজ্যোতি ক্লাবৰ উদ্যোগত দেওঘৰীয়া গাঁৱৰ প্ৰায় ৮০ টা পৰিয়ালৰ গৃহ চেনিটাইজ কৰা হয় ৷ স্প্ৰে মেচিনৰ সহায়ত প্ৰত্যেক পৰিয়ালৰ বাসগৃহ চেনিটাইজ কৰে ক্লাবটোৰ সদস্যসকলে ।এই কাৰ্যসূচীত ক্লাবৰ সভাপতি-সম্পাদক ক্ৰমে শ্যাম কলিতা আৰু ৰাতুল খাউণ্ডৰ লগতে ক্লাবৰ সকলো সদস্যই সহযোগিতা আগবঢ়ায় ৷
দিখৌমুখত ভাস্কৰজ্যোতি ক্লাবৰ উদ্যোগত চেনিটাইজেছন
দেওঘৰীয়া ভাস্কৰজ্যোতি ক্লাবৰ উদ্যোগত দিখৌমুখত চেনিটাইজেছন কাৰ্যসূচী সম্পন্ন ৷ প্ৰায় 80 টা পৰিয়ালৰ গৃহ চেনিটাইজেছন কৰা হয় ৷
ভাস্কৰজ্যোতি ক্লাবৰ উদ্যোগত চেনিটাইজেছন