ETV Bharat / state

বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামগুৰিত গণেশ পূজা - SAMUGURI BARALIGAON GANESH PUJA

বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামুগুৰিত গণেশ পূজা ৷ গনেশ চতুৰ্থীৰ নিশাই পথাৰৰ মাজত ধূপ নৈবদ্যৰে সেৱা জনাই ভগবানৰ ওচৰত কৃষকৰ দুখ দূৰ কৰিবলৈ প্ৰাৰ্থনা জনায় বৰালি গাঁৱৰ ৰাইজে ৷

বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামুগুৰিত গণেশ পূজা
author img

By

Published : Sep 3, 2019, 6:20 PM IST

চামুগুৰি, 3 ছেপ্তেম্বৰঃ বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামগুৰিত গণেশ পূজা ৷ দীৰ্ঘদিন ধৰি চামগুৰিৰ বৰালি গাঁৱৰ পথাৰত বন্যহস্থীৰ এটা জাকে প্ৰৱেশ কৰি অনিষ্ট কৰি আহিছে কৃষি পথাৰ ৷ আনহাতে বিগত বৰ্ষৰ ক্ষতিপূৰণো এইপৰ্যন্ত লাভ কৰা নাই ৰাইজে ৷ যাৰ বাবে বন বিভাগৰ ওপৰত আস্থা হেৰুৱাই ভগবানৰ ওচৰত শৰণাপন্ন হৈছে ৰাইজ | গণেশ চতুৰ্থীৰ নিশাই পথাৰৰ মাজত ধূপ নৈবদ্যৰে সেৱা জনাই ভগবানৰ ওচৰত কৃষকৰ দুখ দূৰ কৰিবলৈ প্ৰাৰ্থনা জনায় বৰালি গাঁৱৰ ৰাইজে ৷

বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামুগুৰিত গণেশ পূজা

চামুগুৰি, 3 ছেপ্তেম্বৰঃ বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামগুৰিত গণেশ পূজা ৷ দীৰ্ঘদিন ধৰি চামগুৰিৰ বৰালি গাঁৱৰ পথাৰত বন্যহস্থীৰ এটা জাকে প্ৰৱেশ কৰি অনিষ্ট কৰি আহিছে কৃষি পথাৰ ৷ আনহাতে বিগত বৰ্ষৰ ক্ষতিপূৰণো এইপৰ্যন্ত লাভ কৰা নাই ৰাইজে ৷ যাৰ বাবে বন বিভাগৰ ওপৰত আস্থা হেৰুৱাই ভগবানৰ ওচৰত শৰণাপন্ন হৈছে ৰাইজ | গণেশ চতুৰ্থীৰ নিশাই পথাৰৰ মাজত ধূপ নৈবদ্যৰে সেৱা জনাই ভগবানৰ ওচৰত কৃষকৰ দুখ দূৰ কৰিবলৈ প্ৰাৰ্থনা জনায় বৰালি গাঁৱৰ ৰাইজে ৷

Intro:বন্যহস্তীৰ পৰা পৰিত্ৰাণ বিচাৰি চামুগুৰিত গণেশ পূজা। Body:বনৰীয়া হাতীৰ উপদ্ৰবৰ পৰা ৰক্ষা পাবলৈ চামগুৰিৰ বৰালি গাও পথাৰত ৰাইজে পাতিলে গনেশ পূজা।দীৰ্ঘদিন ধৰি বৰালি গাঁৱৰ পথাৰত বন্যহস্থীৰ এটা জাকে প্ৰবেশ কৰি অনিষ্ট কৰি আহিছে কৃষি পথাৰ।বিগত বৰ্ষতো বহুতো দৰিদ্ৰ কৃষকে ধান পথাৰৰ পৰা নিব নোৱাৰিলে হাতীৰ বাবে।এইবাৰো আগতিয়াকৈ বৰালিগাৱৰ পথাৰত প্ৰবেশ কৰিছে হাতীৰ জাকটোৱে।বিগত বৰ্ষত ৰাইজৰ যি ক্ষতি হল তাৰো ক্ষতিপূৰণ নাপালে এইপৰ্যন্ত।যাৰ বাবে বন বিভাগৰ ওপৰত আস্থা হেৰুৱাই ভগবানৰ ওচৰত শৰণাপন্ন হৈছে ৰাইজ।গনেশ চতুৰ্থীৰ নিশাই পথাৰৰ মাজত ধূপ নৈবদ্যৰে সেৱা জনাই ভগবানৰ ওচৰত কৃষকৰ দুখ দুৰ কৰিবলৈ প্ৰাৰ্থনা জনাই বৰালিগাৱৰ ৰাইজে।
Bite:public.
----------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
3-9-19Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.