ETV Bharat / state

দ্বিতীয় দিনাও অব্যাহত পীতাম্বৰ চুতীয়াৰ উদ্ধাৰ অভিযান - নামতি নদী

শনিবাৰে নামতি নদীত সন্ধানহীন হোৱা পীতাম্বৰ চুতীয়াৰ উদ্ধাৰ অভিযান অব্যাহত ৷

দ্বিতীয় দিনাও অব্যাহত পীতাম্বৰ চুতীয়াৰ উদ্ধাৰ অভিযান
author img

By

Published : Jul 29, 2019, 8:55 AM IST

  • দ্বিতীয় দিনাও অব্যাহত আছে আমগুৰিত নদীত পৰি সন্ধানহীন হোৱা ব্যক্তিৰ উদ্ধাৰ অভিযান
  • দেওবাৰৰ দুপৰীয়াৰ পৰা এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে
  • নামতি পথাৰ মাহমৰাত সংঘটিত হোৱা সন্ধানহীন ব্যক্তিজনৰ নাম পীতাম্বৰ চুতীয়া(৫০)
  • শনিবাৰে নিশা ৯ মান বজাত পীতাম্বৰ চুতীয়া নামৰ ব্যক্তিজন ঘৰলৈ আহোঁতে নামতি নদীৰ ওপৰত থকা জৰাজীৰ্ণ বাহৰ দলঙৰ পৰা সৰি পৰে
  • দেওবাৰে পুৱা স্থানীয় লোকে ব্যক্তিজনৰ চেণ্ডেল আৰু চাৰ্ট নদীত ওপঙি থকা প্ৰত্যক্ষ কৰি নদীত পৰাৰ সন্দেহ কৰে
  • ঘটনাৰ পিছতে আমগুৰি আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে

Intro:Body:আমগুৰি ব্ৰেকিং
……………………………………………
আমগুৰি, ২৯ জুলাই:

দ্বিতীয় দিনাও অব্যাহত আছে আমগুৰিত বাঁহৰ দলংৰ পৰা নদীত পৰি সন্ধানহীন হোৱা ব্যক্তিৰ উদ্ধাৰ অভিযান

দেওবাৰৰ দুপৰীয়াৰপৰা এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

নামতি পথাৰ মাহমৰাত সংঘটিত হোৱা
সন্ধানহীন ব্যক্তিজনৰ নাম পিতাম্বৰ চুতীয়া(৫০)

শণিবাৰে নিশা প্ৰায় ৯ বজাৰপৰা পিতাম্বৰ চুতীয়া নামৰ ব্যক্তিজন ঘৰলৈ আহোতে নামতি নদীৰ ওপৰত থকা জৰাজীৰ্ণ বাহৰ দলংৰ পৰা সৰি পৰি ।

পানী বাঢ়ি থকা নদীখনত পৰি ব্যক্তিজন সন্ধানহীন হয়। দেওবাৰে পুৱা স্থানীয় লোকে ব্যক্তিজনৰ চেণ্ডেল আৰু চাৰ্ট নদীত ওপঙি থকা প্ৰত্যক্ষ কৰি নদীত পৰাৰ সন্দেহ কৰে।

ঘটনাৰ পিছতে আমগুৰি আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও আজিও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.