শিৱসাগৰ, 9জুলাইঃ বৃহস্পতিবাৰে শিৱসাগৰৰ কে পি এম চাৰিআলিৰ সমীপৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কার্যলয়ত অনুস্থিত হোৱা এক সংবাদমেলত অখিল গগৈৰ শীঘ্ৰে মুক্তিৰ দাবী উত্থাপন কৰিছে দুই সংগঠন ক্ৰমে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু বীৰ লাচিত সেনাই।
শিৱসাগৰত দুই জাতীয় সংগঠনৰ সংবাদ মেলঃ অখিল গগৈৰ মুক্তিৰ দাবী - বীৰ লাচিত সেনাৰ শৃংখল চলিহা
কৃষক নেতা অখিল গগৈৰ সহিতে কা-আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰি কাৰাবন্দী হৈ থকা সকলো বিপ্লৱীক শীঘ্ৰে মুক্তিৰ দাবী উত্থাপন কৰি সংবাদ মেলৰ আয়োজন কৰে দুই জাতীয় সংগঠনে ৷
![শিৱসাগৰত দুই জাতীয় সংগঠনৰ সংবাদ মেলঃ অখিল গগৈৰ মুক্তিৰ দাবী relese-akhil-gogoi-demand-at-sivsagar-bir-lachait-xana](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7960690-939-7960690-1594303532436.jpg?imwidth=3840)
শিৱসাগৰত দুই জাতীয় সংগঠনৰ সংবাদ মেলঃ অখিল গগৈৰ মুক্তিৰ দাবী