ETV Bharat / state

পৌৰাণিক কীৰ্তিচিহ্ন সংৰক্ষণৰ দাবীত শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Sep 11, 2019, 4:57 PM IST

ঐতিহাসিক কীৰ্তিচিহ্নৰ সংৰক্ষণৰ দাবীত যৌথ সংগ্ৰামী মঞ্চই আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে।প্ৰতিবাদী কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থা,তাই আহোম যুৱ পৰিষদ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি ২১ দল সংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

শিৱসাগৰ, 11 চেপ্টেম্বৰ: ঐতিহাসিক কীৰ্তিচিহ্নৰ সংৰক্ষণৰ দাবীত যৌথ সংগ্ৰামী মঞ্চই আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ ঐতিহাসিক আৰু পৌৰাণিক কীৰ্তি চিহ্ন সমূহ বেদখল মুক্ত কৰা, সংৰক্ষণ আৰু সংবৰ্ধনৰ দাবীত মঞ্চই এই ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। জিলা খনৰ ২১ জাতীয় দল সংগঠন একত্ৰিত হৈ গঠন কৰা যৌথ সংগ্ৰামী মঞ্চই তেওঁলোকৰ দাবীৰ প্ৰতি অনতিপলমে কাৰ্যকৰী ব্যৱস্থা নললে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে। প্ৰতিবাদী কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থা,তাই আহোম যুৱ পৰিষদ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি ২১ দল সংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

কীৰ্তিচিহ্ন সংৰক্ষণৰ দাবীত শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

Intro:Body:যৌথ সংগ্ৰামী মঞ্চৰ দ্বাৰা শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও:পৌৰাণিক কীৰ্তি চিহ্ন সমূহ বেদখল মুক্ত কৰা, সংৰক্ষণ আৰু সংবৰ্ধনৰ দাবী

Story-PROTEST_SIVASAGAR
Ananta Smith
Sivasagar
11th September

A_SVR_11TH_SEP_801-804_PROTEST_SIVASAGAR_7203499

যৌথ সংগ্ৰামী মঞ্চৰই আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে।

শিৱসাগৰ জিলাৰ ঐতিহাসিক আৰু পৌৰাণিক কীৰ্তি চিহ্ন সমূহ বেদখল মুক্ত কৰা, সংৰক্ষণ আৰু সংবৰ্ধনৰ দাবীত মঞ্চই এই ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে।

জিলা খনৰ ২১ জাতীয় দল সংগঠন একত্ৰিত হৈ গঠন কৰা যৌথ সংগ্ৰামী মঞ্চই তেওঁলোকৰ দাবীৰ প্ৰতি অনতিপলমে কাৰ্যকৰী ব্যৱস্থা নললে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে।

প্ৰতিবাদী কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থা,তাই আহোম যুৱ পৰিষদ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি ২১ দল সংগঠনৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Bite:নেতাConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.