ETV Bharat / state

শাওনৰ পথাৰৰ অনুৰূপ দৃশ্যৰে বোকাময় এটা পথ

পঞ্চায়ত কাৰ্য্যালয়ৰ পৰা কিছুদূৰ আঁতৰত অৱস্থিত এটা পথে জ্বলাক'লা খোৱাইছে স্থানীয় ৰাইজক ৷

author img

By

Published : Sep 15, 2020, 2:28 PM IST

Updated : Sep 15, 2020, 2:54 PM IST

শাওনৰ পথাৰৰ অনুৰূপ দৃশ্যৰে বোকাময় এটা পথ
শাওনৰ পথাৰৰ অনুৰূপ দৃশ্যৰে বোকাময় এটা পথ

আমগুৰি, ১৫ ছেপ্টেম্বৰ : শাওনৰ পথাৰৰ দৰেই অনুৰূপ দৃশ্যৰ এটা বোকাময় পথে জ্বলাক'লা খোৱাইছে স্থানীয় ৰাইজক ৷ হাতীঘূলী গাঁও পঞ্চায়তৰ পদুমনি গাঁৱৰ এটা পথৰ দুৰৱস্থাই এতিয়া স্থানীয় ৰাইজলৈ বিপদ মাতি আনিছে ৷

উল্লেখ্য যে, এই পথটোৰে দৈনন্দিন অহা-যোৱাৰ লগতে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ সমস্যাত ভুগিছে সাধাৰণ লোকসকল ৷ ইপিনে,এই পথটোৰে এম্বুলেন্স অথবা অন্য বাহনো সোমাব পৰা পৰিস্থিতি নাই,যাৰ ফলত এতিয়া বহু বিপদৰ সন্মূখীন হ’ব লগীয়া হৈছে স্থানীয় ৰাইজ ৷

উল্লেখনীয়ভাৱে,পঞ্চায়ত কাৰ্য্যালয়ৰ পৰা কিছুদূৰ আঁতৰত অৱস্থিত এই পথচোৱা মেৰামতিৰ বাবে কোনো গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ চকুত নপৰিল । ইপিনে মেৰামতিৰ নামত কেতিয়াবা কেইগাড়ীমান শিলেৰেই গায়িত্ব সামৰা বুলি অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :বিজেপিক বাদ দি কোনেও পৰিষদ গঠন কৰিব নোৱাৰে: পীযুষ হাজৰিকা

Last Updated : Sep 15, 2020, 2:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.