ETV Bharat / state

গৌৰীসাগৰত অ'এনজিচিৰ প্ৰতাৰণাৰ বলি এটা পৰিয়াল!

author img

By

Published : Jul 14, 2019, 12:09 PM IST

দিন হাজিৰা কৰি , ঠেলা চলাই পৰিয়াল পোহপাল দিয়া পৰিয়ালটোক অ'এনজিচিয়ে ক্ষতিপূৰণ নিদি প্ৰতাৰণা কৰা, চাকৰি স্থায়ী নকৰাত পৰিয়ালটোৱে চৰম দুৰ্দশাত দিন কটাবলগীয়া হৈছে ৷ পৰিয়ালটোৱে যোৱা ২৭ মে'ত শিৱসাগৰ জিলা উপায়ুক্তক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছে যদিও পৰিয়ালটোক কোনোধৰণৰ আশ্বাস প্ৰদান কৰা নাই ।সেয়ে এইক্ষেত্ৰত অ'এনজিচিৰ শীৰ্ষ বিষয়াৰ সঠিক ভূমিকা কামনা কৰিছে পৰিয়ালটোৱে ।

গৌৰীসাগৰত অ'এনজিচিৰ প্ৰতাৰণাৰ বলি এটা পৰিয়াল!

আমগুৰি, ১৪ জুলাই:অ'এনজিচিৰ প্ৰতাৰণাৰ বাবে এটা পৰিয়ালে দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । গৌৰীসাগৰৰ নামদাং শিলসাঁকো গাঁৱৰ তুনিৰাম দাসৰ পৰিয়ালক অ'এনজিচিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযোগ অনুসৰি ১৯৯০ চনতে তুনিৰাম দাসৰ পৰিয়ালটোৰ ম'ৰাবজাৰ মৌজাৰ ফুকনফদীয়া গাঁৱত থকা তিনি বিঘা ১৫ লেচা মাটি অ'এনজিচিয়ে দখল কৰিছিল । তেওঁলোকৰ মাটিখিনি অ'এনজিচিয়ে দখল কৰাৰ পিচতো তুনিৰাম দাসৰ পৰিয়ালটোক অ'এনজিচিয়ে ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ কৰাৰ লগতে কৰ্মসংস্থাপন নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি তুনিৰাম দাসে ২০০১ চনৰপৰা ২০১৯ চনলৈকে কেজুৱেল বিভাগত অস্থায়ীকৈ কাম কৰি আহিছে যদিও বিভাগটোৱে তুনিৰাম দাসৰ চাকৰি স্থায়ী নকৰিলে।

Intro:Body:
আমগুৰি, ১৪ জুলাই:
গৌৰীসাগৰত অ'এনজিচিৰ প্ৰতাৰণাৰ বলি এটা পৰিয়াল।

অ'এনজিচিৰ প্ৰতাৰণাৰ কাৰণেই দুৰ্বিষহ জীৱন যাপন কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোৱে।

গৌৰীসাগৰ নামদাং শিলাসাঁকো গাঁওৰ তুনিৰাম দাসৰ পৰিয়ালক অ'এনজিচিয়ে প্ৰতাৰণাৰ কৰাৰ অভিযোগ।

১৯৯০ চনতে তুনিৰাম দাসৰ পৰিয়ালটোৰ ম'ৰাবজাৰ মৌজাৰ ফুকনফদীয়া গাঁওত থকা তিনি বিঘা ১৫ লোচা মাটি অ'এনজিচিয়ে হস্তগত কৰিছিল।

অ'এনজিচিয়ে তিনি বিঘা ১৫ লোচা মাটি হস্তগত কৰাৰ পিছতো তুনিৰাম দাসৰ পৰিয়ালটোক ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ কৰাৰ লগতে কৰ্মসংস্থাপন নিদিয়াৰো অভিযোগ আনিছে।

অ'এনজিচিয়ে প্ৰতাৰণাৰ কৰাৰ ফলতেই বৰ্তমান পৰিয়ালটোৱে দুৰ্বিষহ জীৱন অতিবাহিত কৰা লগতে যোৱা বিশটা বছৰে পৰিয়ালটোক প্ৰৱঞ্চনা কৰা বুলি অভিযোগ আনিছে।

অভিযোগ অনুসৰি তুনিৰাম দাসে ২০০১ চনৰপৰা ২০১৯ চনলৈকে কেজুৱেল বিভাগত অস্থায়ীকৈ কাম কৰি আহিছে যদিও বিভাগটোৱে তুনিৰাম দাসৰ চাকৰি স্থায়ী নকৰিলে। দিনহাজিৰা কৰি , ঠেলা চলাই পৰিয়াল পোহপাল দিয়া পৰিয়ালটোক অ'এনজিচিয়ে ক্ষতিপূৰণ নিদি প্ৰতাৰণা কৰা, চাকৰি স্থায়ী নকৰাত পৰিয়ালটোৱে দিক্ বিদিক্ হেৰুৱাই পেলাইছে।

পৰিয়ালটোৱে যোৱা ২৭ মেত শিৱসাগৰ জিলা উপায়ুক্তক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰিছে যদিও পৰিয়ালটোক কোনোধৰণৰ আশ্বাস প্ৰদান কৰা নাই।

স্মতব্য যে অ'এনজিচিয়ে পৰিয়ালটোক ঠগ-প্ৰৱঞ্চনা কৰি দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলৈ বাধ্য কৰোৱা কাৰ্য মানৱতাৰ অপৰিপন্থী হিচাপে বিৱেচিত হৈছে। এইক্ষেত্ৰত অ'এনজিচিৰ শীৰ্ষ বিষয়াৰ হস্তক্ষেপ কামনা কৰিছে পৰিয়ালটোৱে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.