- আমগুৰিত বাঁহৰ দলঙৰ পৰা নদীত পৰি সন্ধানহীন এজন ব্যক্তি
- নামতি পথাৰ মাহমৰাত সংঘটিত হৈছে এই ঘটনা
- সন্ধানহীন ব্যক্তিজনৰ নাম পিতাম্বৰ চুতীয়া(৫০)
- নামতি নদী পৰি সন্ধানহীন ব্যক্তিজন
- যোৱা নিশা পিতাম্বৰ চুতীয়া নামৰ ব্যক্তিজন ঘৰলৈ আহোতে নামতি নদীৰ ওপৰত থকা জৰাজীৰ্ণ বাহৰ দলঙৰ পৰা সৰি পৰে
- দেওবাৰে পুৱা স্থানীয় লোকে ব্যক্তিজনৰ চেণ্ডেল আৰু চাৰ্ট নদীত ওপঙি থকা প্ৰত্যক্ষ কৰি নদীত পৰাৰ সন্দেহ কৰে
- ইতিমধ্যে স্থানীয় লোকে আমগুৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিছে
- বৰ্তমানলৈকে এচ ডি আৰ এফ বাহিনী উপস্থিত হোৱা নাই
আমগুৰিৰ নামতি নদীত সন্ধানহীন এজন
নিশা জৰাজীৰ্ণ বাঁহৰ দলং পাৰ হওতেই এই অঘটন সংঘটিত হোৱাৰ সন্দেহ ৷
আমগুৰিৰ নামতি নদীত সন্ধানহীন এজন
- আমগুৰিত বাঁহৰ দলঙৰ পৰা নদীত পৰি সন্ধানহীন এজন ব্যক্তি
- নামতি পথাৰ মাহমৰাত সংঘটিত হৈছে এই ঘটনা
- সন্ধানহীন ব্যক্তিজনৰ নাম পিতাম্বৰ চুতীয়া(৫০)
- নামতি নদী পৰি সন্ধানহীন ব্যক্তিজন
- যোৱা নিশা পিতাম্বৰ চুতীয়া নামৰ ব্যক্তিজন ঘৰলৈ আহোতে নামতি নদীৰ ওপৰত থকা জৰাজীৰ্ণ বাহৰ দলঙৰ পৰা সৰি পৰে
- দেওবাৰে পুৱা স্থানীয় লোকে ব্যক্তিজনৰ চেণ্ডেল আৰু চাৰ্ট নদীত ওপঙি থকা প্ৰত্যক্ষ কৰি নদীত পৰাৰ সন্দেহ কৰে
- ইতিমধ্যে স্থানীয় লোকে আমগুৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিছে
- বৰ্তমানলৈকে এচ ডি আৰ এফ বাহিনী উপস্থিত হোৱা নাই
Intro:Body:আমগুৰি ব্ৰেকিং
……………………………………………
আমগুৰি,২৮ জুলাই:
আমগুৰিত বাঁহৰ দলংৰ পৰা নদীত পৰি সন্ধানহীন এজন ব্যক্তি
নামতি পথাৰ মাহমৰাত সংঘটিত হৈছে এই ঘটনা
সন্ধানহীন ব্যক্তিজনৰ নাম পিতাম্বৰ চুতীয়া(৫০)
নামতি নদী পৰি সন্ধানহীন ব্যক্তিজন
যোৱা নিশা প্ৰায় ৯ বজাৰপৰা পিতাম্বৰ চুতীয়া নামৰ ব্যক্তিজন ঘৰলৈ আহোতে নামতি নদীৰ ওপৰত থকা জৰাজীৰ্ণ বাহৰ দলংৰ পৰা সৰি পৰে।
পানী বাঢ়ি থকা নদীখনত পৰি ব্যক্তিজন সন্ধানহীন হয়। আজি পুৱা স্থানীয় লোকে ব্যক্তিজনৰ চেণ্ডেল আৰু চাৰ্ট নদীত ওপঙি থকা প্ৰত্যক্ষ কৰি নদীত পৰাৰ সন্দেহ কৰে।
ইতিমধ্যে স্থানীয় লোকে আমগুৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিছে। বৰ্তমানলৈকে এচ ডি আৰ এফ বাহিনী উপস্থিত হোৱা নাই।
Conclusion: