আমগুৰি, ২৫ অক্টোবৰ: জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৃষ্টিশীল চিন্তাত ব্যাঘাত জন্মিছে ৷ শিল্পীগৰাকীৰ গান চুৰি কৰি একাংশ ইউটিউবাৰে চেনেল খুলি ডলাৰ হিচাপত অৰ্থ উপাৰ্জন কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে শিল্পী মহেন্দ্ৰ হাজৰিকাই । বিগত 4/ 5 বছৰে কোনো দুষ্টচক্ৰই ১৮/ ১৯ টাকৈ গানৰ চেনেল খুলি বহু লক্ষ লক্ষ টকা উপাৰ্জন কৰাৰ কথা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে । শিল্পীগৰাকীৰ মনত আঘাত দি দুষ্টচক্ৰটোৱে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ সাংস্কৃতিক সম্পদক বাণিজ্যিক ৰূপ দিয়াত চিন্তান্বিত হৈ পৰিছে শিল্পীগৰাকী ৷
শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৃষ্টিশীল চিন্তাত ব্যাঘাত জন্মিছে - শিল্পীৰ গান চুৰি কৰি ডলাৰ হিচাপত অৰ্থ উপাৰ্জন দুষ্টচক্ৰৰ
বিগত 4/ 5 বছৰে কোনো দুষ্টচক্ৰই ১৮/ ১৯ টাকৈ গানৰ চেনেল খুলি বহু লক্ষ লক্ষ টকা উপাৰ্জন কৰাৰ কথা প্ৰকাশ কৰিছে শল্পী মহেন্দ্ৰ হাজৰিকাই । শিল্পীগৰাকীৰ মনত আঘাত দি দুষ্টচক্ৰটোৱে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ সাংস্কৃতিক সম্পদক বাণিজ্যিক ৰূপ দিয়াত চিন্তান্বিত হৈ পৰিছে শিল্পীগৰাকী ৷
আমগুৰি, ২৫ অক্টোবৰ: জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৃষ্টিশীল চিন্তাত ব্যাঘাত জন্মিছে ৷ শিল্পীগৰাকীৰ গান চুৰি কৰি একাংশ ইউটিউবাৰে চেনেল খুলি ডলাৰ হিচাপত অৰ্থ উপাৰ্জন কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে শিল্পী মহেন্দ্ৰ হাজৰিকাই । বিগত 4/ 5 বছৰে কোনো দুষ্টচক্ৰই ১৮/ ১৯ টাকৈ গানৰ চেনেল খুলি বহু লক্ষ লক্ষ টকা উপাৰ্জন কৰাৰ কথা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে । শিল্পীগৰাকীৰ মনত আঘাত দি দুষ্টচক্ৰটোৱে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ সাংস্কৃতিক সম্পদক বাণিজ্যিক ৰূপ দিয়াত চিন্তান্বিত হৈ পৰিছে শিল্পীগৰাকী ৷
জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৃষ্টিশীল চিন্তাত ব্যাঘাট জন্মিছে………………… কিন্তু কিয়?
জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৃষ্টিশীল চিন্তাত ব্যাঘাট জন্মিছে………শিল্পীগৰাকীৰ গান চুৰি কৰি একাংশ ইউটিউবাৰে চেনেল খুলি ডলাৰ হিচাপত অৰ্থ উপাৰ্জন কৰি আছে। যোৱা চাৰি পাঁচ বছৰে এনে দুষ্টচক্ৰটোৱে ১৮/ ১৯ টাকৈ গানৰ চেনেল খুলি বহু লক্ষ লক্ষ টকা উপাৰ্জন কৰি আহিছে। শিল্পীগৰাকীৰ মনত আঘাট দি দুষ্টচক্ৰটোৱে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ সাংস্কৃতিক সম্পদক বাণিজ্যিক ৰূপ দিয়াত শিল্পীগৰাকী চিন্তান্বিত হৈ পৰিছে।
স্বদেশ, স্বজাতি আৰু কেচা মাটিৰ গোন্ধ থকা জনতাৰ শিল্পীগৰাকীৰ অনুপম সৃষ্টি তথা সাংস্কৃতিক সম্পদক বাণিজ্যিক ৰূপ দিয়াত ইতিমধ্যে শিল্পীগৰাকীয়ে দুৰ্নীতি নিবাৰক শাখাত তদন্ত কৰিবলৈ আবেদন জনাইছে।
কথাৰ ছন্দেৰে, পক্ষী হোৱা হ'লে, গণেশগুৰিৰ বিস্ফোৰণ, বৰলুইত, মই দিয়া ফুল, সাগৰিকা নে মালবিকা, স্বদেশৰ বাতৰি, ৰাংঢালী ছোৱালিৰ মন ইত্যাদি বহুতো কেছেটত গীত লিখি কণ্ঠদান কৰি জনতাৰ হিয়াৰ আমঠু হোৱা শিল্পীগৰাকীৰ গাণ চুৰিৰে দুষ্টচক্ৰৰ এনে কাৰ্যক সহজভাৱে ল'ব পৰা নাই মহেন্দ্ৰ হাজৰিকাই
এক প্ৰতিবেদন
সমীৰণ দুৱৰা আমগুৰিConclusion:
TAGGED:
মহেন্দ্ৰ হাজৰিকাৰ গান চুৰি