ETV Bharat / state

জনসমুদ্ৰত পৰিণত শিৱদ'ল

author img

By

Published : Feb 21, 2020, 9:11 PM IST

বছৰ বছৰ ধৰি সমাদৰ লাভ কৰি অহা শিৱদ'লৰ শিৱৰাত্ৰী মেলাত এইবেলিও পৰিলক্ষিত হ'ল শহস্ৰাধিক দৰ্শনাৰ্থীৰ ভীৰ ৷

জনসমুদ্ৰত পৰিণত শিৱদ'ল
জনসমুদ্ৰত পৰিণত শিৱদ'ল

শিৱসাগৰ, 21 ফেব্ৰুৱাৰীঃ বছৰ বছৰ ধৰি ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈ আহিছে শিৱদ'লৰ শিৱৰাত্ৰী মেলা ৷ এইবেলিও এই মেলাক কেন্দ্ৰ কৰি শিৱদ'লত দেখা শহস্ৰাধিক দৰ্শনাৰ্থীৰ ভীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.