ETV Bharat / state

শিৱসাগৰত ঐক্য সেনা অসমৰ জোঁৰ সমদল

author img

By

Published : Nov 29, 2019, 8:38 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত শিৱসাগৰত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা ন আলিয়েদি দিখৌ দলঙৰ ওপৰেদি আহি শিৱসাগৰ নগৰৰ মাজেৰে শ শ লোকে হাতত জোঁৰ লৈ প্রতিবাদ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

শিৱসাগৰত ঐক্য সেনা অসমৰ জোঁৰ সমদল
শিৱসাগৰত ঐক্য সেনা অসমৰ জোঁৰ সমদল

শিৱসাগৰ, 29 নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ ৷ শুকুৰবাৰে সন্ধ্যা শিৱসাগৰতনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে প্রতিবাদী জোঁৰ সমদল উলিয়াই ৷ সংগঠনটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত শিৱসাগৰত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷ শংকৰ আজানৰ দেশত কোনো ধৰণৰ সাম্প্ৰতিকতাবাদ নচলিব বুলি মন্তব্য কৰে ঐক্য সেনা অসমৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই। জাতি,মাটি,ভেটিৰ কথা কৈ খিলঞ্জীয়া অসমীয়াৰ আবেগ অনুভূতিৰ লগত খেলা কৰিবলৈ দিয়া নহ'ব । CAB বাতিল নকৰা পৰ্যন্ত গণতান্ত্ৰিক ভাৱে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে প্ৰতিবাদীকাৰী সকলে।

শিৱসাগৰত ঐক্য সেনা অসমৰ জোঁৰ সমদল

ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা ন আলিয়েদি দিখৌ দলঙৰ ওপৰেদি আহি শিৱসাগৰ নগৰৰ মাজেৰে শ শ লোকে হাতত জোঁৰ লৈ প্রতিবাদ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

লগতে পঢ়কঃপ্ৰশ্নকাকত বিসংগতিৰ তদন্ত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Intro:Body:*নাগৰীকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতিৰ প্রতিবাদী জোঁৰ সমদল*

Story-LIGHTING_PROCESSION
Ananta Smith
Sivasagar
29th November

আজি পুনৰ উত্তাল শিৱসাগৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি জোঁৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

শংকৰ আজানৰ দেশত কোনো ধৰণৰ সাম্প্ৰতিকতাবাদ নচলিব বুলি ষ্পষ্ট কৰিছে ঐক্য সেনা অসমৰ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই। জাতি ,মাটি ,ভেটিৰ কথা কৈ খিলঞ্জীয়া অসমীয়াৰ আবেগ অনুভূতিৰ লগত খেলা কৰিবলৈ দিয়া নহ'ব। CAB বাতিল নকৰা পয্যন্ত গণতান্ত্ৰিক ভাৱে আন্দোলন অব্যাহত ৰখাৰ ও হুংকাৰ দিছে প্ৰতিবাদীকাৰী সকলে।

ঐতিহাসিক ৰংঘৰৰ সন্মুখৰ পৰা ন আলিয়েদি দিখৌ দলঙৰ ওপৰেদি আহি শিৱসাগৰ নগৰৰ মাজেৰে শ শ লোকে হাতত জোঁৰ লৈ প্রতিবাদ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

Bite-Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.