ETV Bharat / state

পদ প্ৰাদেশীকৰণ নকৰাক লৈ হতাশাত ৰাজ্যৰ গ্ৰন্থাগাৰিকসলক - হতাশাত ৰাজ্যৰ গ্ৰন্থাগাৰিকসলক

সদ্য প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণ কৰাৰ সমান্তৰালকৈ গ্ৰন্থাগাৰিকৰ পদ প্ৰাদেশীকৰণ নকৰাক লৈ হতাশাত ভুগিছে বিনা বেতনে কাম কৰি থকা ৰাজ্যৰ গ্ৰন্থাগাৰিকসকল ৷ সদ্য প্ৰদেশীকৃত ২৭ খন মহাবিদ্যালয়ৰ ৭৩ গৰাকী গ্ৰন্থাগাৰিকৰ পদ এইপৰ্যন্ত প্ৰাদেশীকৰণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷

librarians across assam
পদ প্ৰাদেশিকৰণ নকৰাক লৈ হতাশাত ৰাজ্যৰ গ্ৰন্থাগাৰিকসলক
author img

By

Published : Aug 21, 2020, 8:47 PM IST

নাজিৰা, ২১ আগষ্টঃ পুথিভঁৰাল সমূহক সমগ্ৰ বিশ্বই উচ্চ শিক্ষাৰ স্পন্দন ৰূপে অভিহিত কৰি আহিছে ৷ তেনে সময়তেই অসম চৰকাৰে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ সেৱাৰ বিকাশৰ ক্ষেত্ৰত কিছু পৰিমাণে কম গুৰুত্ব দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ অসমৰ বহুকেইখন মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ সেৱা কেৱল দুই এগৰাকী সহায়কৰ দ্বাৰাহে পৰিচালিত হৈ আছে ৷

পদ প্ৰাদেশীকৰণ নকৰাক লৈ হতাশাত ৰাজ্যৰ গ্ৰন্থাগাৰিকসলক

উল্লেখ্য যে, সদ্য প্ৰদেশীকৃত মহাবিদ্যালয়ৰ শিক্ষকৰ পদ প্ৰাদেশীকৰণ কৰাৰ সমান্তৰালকৈ গ্ৰন্থাগাৰিকৰ পদ প্ৰাদেশীকৰণ নকৰাক লৈ হতাশাত ভুগিছে বিনা বেতনে কাম কৰি থকা গ্ৰন্থাগাৰিকসকল ৷ ২০১৩ চনত প্ৰদেশীকৰণ কৰা ১৩৪ খন মহাবিদ্যালয় ৰ ৬৯০ টা ড্ৰপ আউট শিক্ষকৰ পদ আৰু সদ্য প্ৰদেশীকৃত ২৭ খন মহাবিদ্যালয়ৰ ২৪১ টা শিক্ষকৰ পদ প্ৰাদেশীকৰণ কৰাৰ পৰিৱৰ্তে সেই মহাবিদ্যালয় সমূহৰ অধ্যাপকৰ সম মৰ্যাদাৰ প্ৰায় ৪৬ গৰাকী ড্ৰপ আউট আৰু ৭৩ গৰাকী গ্ৰন্থাগাৰিকৰ পদ এইপৰ্যন্ত প্ৰাদেশীকৰণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে ৷ এই ক্ষেত্ৰত চৰকাৰক অতিশীঘ্ৰে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে গ্ৰন্থাগাৰিকসকলে ৷

লগতে পঢ়ক-প্ৰেমৰ কৰুণ পৰিণতি: প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.