শিৱসাগৰ, 20 মে': শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমবাৰে এক বিশেষ ভূমি ৰাজহ শিবিৰ অনুষ্ঠিত হয় ৷ শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত ৰাজহ বৰ্ষত অনাদায় ভূমি ৰাজহ সংগ্ৰহৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় ৷
শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিশেষ ভূমি ৰাজহ শিবিৰ - ভূমি ৰাজহ শিৱিৰ
শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত ৰাজহ বৰ্ষত অনাদায় ভূমি ৰাজহ সংগ্ৰহৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় ৷
ভূমি ৰাজহ শিৱিৰ
শিৱসাগৰ, 20 মে': শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমবাৰে এক বিশেষ ভূমি ৰাজহ শিবিৰ অনুষ্ঠিত হয় ৷ শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত ৰাজহ বৰ্ষত অনাদায় ভূমি ৰাজহ সংগ্ৰহৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় ৷
*শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিশেষ ভূমি ৰাজহ শিৱিৰ*
Story-LAND_REVENUE
Muzahid Ali
Sivasagar
20th May 2019
A_SVR_20TH_MAY_801-803_LAND_REVENUE_7203499
শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি এক বিশেষ ভূমি ৰাজহ শিৱিৰ অনুষ্ঠিত হয়।শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত ৰাজহ বৰ্ষত অনাদায় ভূমি ৰাজহ সংগ্ৰহৰ বাবে এই শিৱিৰ অনুষ্ঠিত কৰা হৈছে।বিগত ১০ বছৰ ধৰি যি সকলে ভূমি ৰাজহ প্ৰদান কৰা নাই সেই সকলক চৰকাৰী জাননী প্ৰেৰণ কৰি আজি অনুষ্ঠিত ৰাজহ শিৱিৰত ৰাজহ প্ৰদানৰ এক বিশেষ সুবিধা প্ৰদান কৰা হয়।ইয়াৰ লগতে বিভিন্ন ভূমি বিবাদ অথবা বন্দোৱস্তিৰ আৱেদন গ্ৰহণৰ এক ৰাজহুৱা ব্যৱস্থাও আজি কৰা হয় যাতে ভূমি বিষয়ক সমস্যা নিস্পত্তিৰ বাবে ৰাইজে আৱেদন কৰিব পাৰে।শিৱসাগৰ ৰাজহ চক্ৰৰ পাঁচ মৌজাৰ সহস্ৰাধিক লোকে এই শিৱিৰত অংশ গ্ৰহণ কৰি ৰাজহ আদায়ৰ লগতে আন বিষয় নিস্পত্তিৰ শিতানত চক্ৰ বিষয়াৰ কাৰ্যালয়ে আগবঢ়োৱা সুবিধাৰ গ্ৰহণ কৰে।
Bite1-সম্প্ৰীতি গোস্বামী, ৰাজহ চক্ৰ বিষয়া