ETV Bharat / state

আমগুৰিত লক্ষাধিক টকাৰ লালীগুড় জব্দ

author img

By

Published : Oct 9, 2020, 8:38 PM IST

বৃহস্পতিবাৰে নিশা আমগুৰিত এখন টাটা পিক আপ ভানৰ পৰা লক্ষাধিক টকাৰ লালীগুড় জব্দ কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Lali Gur seized in Amguri
আমগুৰিত লক্ষাধিক টকাৰ লালীগুড় জব্দ

আমগুৰি,9 অক্টোবৰ: শিৱসাগৰৰ আমগুৰিত বৃহস্পতিবাৰে নিশাৰ ভাগত টাটা পিক আপ ভানসহ লালীগুড় জব্দ কৰে আৰক্ষীয়ে ৷ আমগুৰি আৰক্ষীয়ে নিয়মীয়াকৈ তালাচী চলাই A-AS09-AC-8863 বাহনখনৰ পৰা প্ৰায় অৰ্ধ শতাধিক চুলাই বনোৱাত ব্যৱহৃত লালীগুড়ৰ টিন জব্দ কৰিবলৈ সক্ষম হয় ৷

জব্দকৃত লালীগুড়খিনিৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: SI কেলেংকাৰী: নলবাৰীত পুনৰ আটক এজন অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.