- আমগুৰি দিখৌমুখত জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা ৷
- স্বৰাংগিনী সংগীত বিদ্যালয়ৰ উদ্যোগত জনপ্ৰিয় কণ্ঠশিল্পী মনোজ বড়াৰ সহযোগত অনুষ্ঠিত জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা ৷
- কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে সত্যজিৎ বড়া, বৃষ্টিৰাণী শইকীয়া আৰু মনোজ বড়াই ।
- নৱপ্ৰজন্মৰ মাজত জ্যোতি-বিষ্ণু গীতবিলাক জীয়াই ৰাখিবৰ বাবে আৰু শুদ্ধৰূপত পৰিৱেশন হ'বৰ বাবেই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ৷
দিখৌমুখত জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা - দিখৌমুখ
আমগুৰি দিখৌমুখত জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা
দিখৌমুখত জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা
- আমগুৰি দিখৌমুখত জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা ৷
- স্বৰাংগিনী সংগীত বিদ্যালয়ৰ উদ্যোগত জনপ্ৰিয় কণ্ঠশিল্পী মনোজ বড়াৰ সহযোগত অনুষ্ঠিত জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা ৷
- কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে সত্যজিৎ বড়া, বৃষ্টিৰাণী শইকীয়া আৰু মনোজ বড়াই ।
- নৱপ্ৰজন্মৰ মাজত জ্যোতি-বিষ্ণু গীতবিলাক জীয়াই ৰাখিবৰ বাবে আৰু শুদ্ধৰূপত পৰিৱেশন হ'বৰ বাবেই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে ৷
Intro:Body:
আমগুৰি, ১৫ জুলাই
আমগুৰি দিখৌমুখত জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা
স্বৰাংগিনী সংগীত বিদ্যালয়ৰ উদ্যোগত জনপ্ৰিয় কণ্ঠশিল্পী মনোজ বড়াৰ সহযোগত অনুষ্ঠিত হৈছে জ্যোতি-বিষ্ণু গীতৰ কৰ্মশালা
কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে সত্যজিৎ বড়া, বৃষ্টিৰাণী শইকীয়া আৰু মনোজ বড়াই।
নৱপ্ৰজন্মৰ মাজত জ্যোতি-বিষ্ণু গীতবিলাক জীয়াই ৰাখিবৰ বাবে আৰু শুদ্ধৰূপত পৰিৱেশন হ'বৰ বাবেই কৰ্মশালা অনুষ্ঠিত কৰা বুলি প্ৰকাশ কৰে।
Conclusion: