ETV Bharat / state

দৰিদ্ৰতাৰ বাধাকো নেওচি জেউতিৰ সফলতা - জেউতি বড়ী

পিতৃৰ দৰিদ্ৰতাকো জয় কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত জেউতিয়ে বুটলিছে ঈৰ্ষণীয় সফলতা ৷

দৰিদ্ৰতাৰ বাধাকো নেওচি জেউতিৰ সফলতা
author img

By

Published : May 27, 2019, 2:47 PM IST

আমগুৰি, 27 মে': একাগ্ৰতা, সাধনা আৰু নিষ্ঠাৰে কৰা সকলো কামৰে ফলাফল সদায় ইতিবাচক হয় | তাৰবাবে সুউচ্চ হিমালয়ো বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে ৷ এই কথাকেই প্ৰমাণ কৰিছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী জেউতি বড়ীয়ে ৷ পিতৃৰ দৰিদ্ৰতাকো জয় কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত জেউতিয়ে বুটলিছে ঈৰ্ষণীয় সফলতা ৷

দৰিদ্ৰতাৰ বাধাকো নেওচি জেউতিৰ সফলতা

সকলো বাধাকো নেওচি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল কৰা জেউতিৰ পিতৃয়ে দিনহাজিৰা কৰি কন্যাক পঢ়াৰ খৰচ আগবঢ়াই আহিছিল ৷ আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ 91.06 নম্বৰ লাভ কৰা কলা শাখাৰ এইগৰাকী ছাত্ৰীয়ে উচ্চশিক্ষা গ্ৰহণ কৰিব গুৱাহাটীৰ কটন কলেজত ৷ কিন্তু জেউতিৰ উচ্চশিক্ষাৰ বাবে অৰ্থৰ প্ৰয়োজন ৷ ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰৱল ইচ্ছা থকা জেউতিৰ এতিয়া উচ্চ শিক্ষাৰ কাৰণে প্ৰয়োজন সুধীজনৰ অকণমান বদান্যতা ৷ মাত্ৰ 7 নম্বৰৰ কাৰণে স্থান লাভ নকৰা জেউতিৰ ভৱিষ্যতক লৈ এতিয়া শংকাত ভুগিছে দৰিদ্ৰ পৰিয়ালটো ৷ সেয়ে কোনো সদাসয় ব্যক্তিয়ে যদি জেউতিক সহায় কৰিব বিচাৰে তেনেহ'লে 936584415 নম্বৰত যোগাযোগ কৰিব পাৰে ৷

Intro:Body:H. S successful student. Need help
Samiran Duarah
Amguri
27/5/2018

A v - একাগ্ৰতা, সাধনা আৰু নিষ্ঠাৰে কৰা সকলো কামৰে ফলাফল সদায় ইতিবাচক হয় | তাৰবাবে সুউচ্চ হিমালয়ো বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে | এই কথাকেই প্ৰমাণ কৰিছে গৌৰীসাগৰৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী জেউতি বড়ীয়ে | পিতৃৰ দৰিদ্ৰতাত জয় কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত বুটলিছে ঈৰ্ষণীয় সফলতা |

V/O : সকলো বাধা নেওচি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইগৰাকী ছাত্ৰীৰ পিতৃয়ে দিনহাজিৰা কৰি কন্যাক পঢ়াৰ খৰচ আগবঢ়াই আহিছিল। শিৱসাগৰ জ্ঞান বিজ্ঞান একাডেমীৰপৰা ৯১.০৬ শতাংশ নম্বৰেৰে ডিষ্টিংচন পাবলৈ সক্ষম হোৱা জেউতিৰ উচ্চশিক্ষাৰ বাবে অৰ্থৰ প্ৰয়োজন।আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰা কলা শাখাৰ এইগৰাকী ছাত্ৰীয়ে উচ্চশিক্ষা গ্ৰহণ কৰিব গুৱাহাটীৰ কটন কলেজত | দিখৌমুখ থেকেৰাতলৰ নিবাসী উমেশ বড়ীৰ কন্যা জেউতীয়ে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰৱল ইচ্ছা থকা জেউতিৰ এতিয়া উচ্চ শিক্ষাৰ কাৰণে প্ৰয়োজন সুধীজনৰ অকণমান বদান্যতা |

মাত্ৰ ৭ নম্বৰৰ কাৰণে স্থান লাভ নকৰা জেউতিৰ ভৱিষ্যতক লৈ শংকাত ভুগিছে দৰিদ্ৰ পৰিয়ালটো। সেয়ে পৰিয়ালটোক সহায়ৰ বাবে সদাশয় লোকে ৯৩৬৫৮৪৪১৫ ম'বাইল নম্বৰত যোগাযোগ কৰিব পাৰে।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.