শিৱসাগৰ, 15 অক্টোবৰঃ ৰাজ্যজুৰি দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত সশ্ৰদ্ধ সোঁৱৰণ ৷ "সোৱৰণী কুঁৱলীত ৰাণাদাৰ গান" শীৰ্ষক অনুষ্ঠানেৰে শিৱসাগৰৰ সাংস্কৃতিক অনুষ্ঠান 'নতুন অৰুণোদয়'ৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন ৷ ৰাণাদাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি মঙলবাৰে সন্ধিয়া শিৱসাগৰ নাট্য মন্দিৰ প্ৰাঙ্গনত আয়োজিত অনুষ্ঠানত নতুন অৰুণোদয়'ৰ সভাপতি পৰেশ বৰা আৰু সৌৰভ চলিহাই ৰাণা দাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৷ নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানটোত জয়ন্ত দত্ত, হৃষিকেশ শইকীয়াকে ধৰি ভালেসংখ্যক শিল্পীয়ে ৰাণাদাৰ গীতসমূহ পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে । শিৱসাগৰৰ অডিঅ' চিটিৰ কণ কণ শিশুসকলেও ৰাণাদাৰ কালজয়ী গীতসমূহ পৰিবেশন কৰি আপ্লুত কৰে সকলোকে ৷
মৃত্যু দিৱসত ৰাণা দালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি 'নতুন অৰুণোদয়' গোষ্ঠীৰ - পৰেশ বৰা আৰু সৌৰভ চলিহা
ৰাজ্যজুৰি দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত সশ্ৰদ্ধ সোঁৱৰণ ৷ "সোৱৰণী কুঁৱলীত ৰাণাদাৰ গান" শীৰ্ষক অনুষ্ঠানেৰে শিৱসাগৰৰ সাংস্কৃতিক অনুষ্ঠান 'নতুন অৰুণোদয়'ৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন ৷
শিৱসাগৰ, 15 অক্টোবৰঃ ৰাজ্যজুৰি দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত সশ্ৰদ্ধ সোঁৱৰণ ৷ "সোৱৰণী কুঁৱলীত ৰাণাদাৰ গান" শীৰ্ষক অনুষ্ঠানেৰে শিৱসাগৰৰ সাংস্কৃতিক অনুষ্ঠান 'নতুন অৰুণোদয়'ৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী পালন ৷ ৰাণাদাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি মঙলবাৰে সন্ধিয়া শিৱসাগৰ নাট্য মন্দিৰ প্ৰাঙ্গনত আয়োজিত অনুষ্ঠানত নতুন অৰুণোদয়'ৰ সভাপতি পৰেশ বৰা আৰু সৌৰভ চলিহাই ৰাণা দাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৷ নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰাই আঁত ধৰা অনুষ্ঠানটোত জয়ন্ত দত্ত, হৃষিকেশ শইকীয়াকে ধৰি ভালেসংখ্যক শিল্পীয়ে ৰাণাদাৰ গীতসমূহ পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে । শিৱসাগৰৰ অডিঅ' চিটিৰ কণ কণ শিশুসকলেও ৰাণাদাৰ কালজয়ী গীতসমূহ পৰিবেশন কৰি আপ্লুত কৰে সকলোকে ৷
Story-JAYANTA_HAZARIKA
Ananta Smith
Sivasagar
15th October
# শিৱসাগৰৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান 'নতুন অৰুণোদয়' ৰ উদ্যোগত অসমৰ সংগীত জগতত সুৰৰ কিংবদন্তি ৰূপে পৰিচিত প্ৰয়াত জয়ন্ত হাজৰিকা (ৰাণাদা)ৰ সোৱৰণত "সোৱৰণী কুঁৱলীত ৰাণাদাৰ গান" শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় ।
ৰাণাদাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি মঙ্গলবাৰে সন্ধিয়া শিৱসাগৰ নাট্য মন্দিৰ প্ৰাঙ্গনত আয়োজন কৰা সোৱৰণী অনুষ্ঠানৰ আৰম্ভণিতে নতুন অৰুণোদয়ৰ সভাপতি পৰেশ বৰা আৰু সৌৰভ চলিহাই ৰাণাদাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতেই শিৱসাগৰৰ অডিঅ' চিটিৰ কণ কণ শিশুসকলে ৰাণাদাৰ কালজয়ী গীতসমূহ পৰিবেশন কৰি সকলোকে আল্পুত কৰে ।
নিবন্ধকাৰ পাৰ্থ প্ৰদীপ বৰাই আতধৰা অনুষ্ঠানটিত জয়ন্ত দত্ত, ৰ্ঋষিকেশ শইকীয়াকে ধৰি ভালেসংখ্যক শিল্পীয়ে ৰাণাদাৰ গীতসমূহ পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে ।
Bite- ড° উৎপল দত্ত ।Conclusion: