ETV Bharat / state

অসম সাহিত্য সভাত হিন্দী গানকলৈ বিতৰ্ক, প্ৰতিক্ৰিয়া প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ - শুৱালকুছি অধিৱেশন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে নাপালে শুৱালকুছি অধিৱেশনৰ নিমন্ত্ৰণ ৷ ডাক বিভাগৰো গাফিলতি হ’ব পাৰে বুলি মন্তব্য শ্বাহৰ ৷

অসম সাহিত্য সভাত হিন্দী গানকলৈ বিতৰ্ক
অসম সাহিত্য সভাত হিন্দী গানকলৈ বিতৰ্ক
author img

By

Published : Feb 4, 2020, 9:00 PM IST

শিৱসাগৰ, 4 ফেব্ৰুৱাৰীঃ আজি অন্ত পৰিল অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ ৷ এই সভাতেই বলীউডৰ কণ্ঠশিল্পী কেলাশ খেৰৰ হিন্দী গীত পৰিৱেশন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, কোনে এই কাম কৰিছে মই জ্ঞাত নহয় ৷ এনে দিশবোৰ চাবৰ বাবে এখন সমিতি থাকে ৷ লগতে জাতীয় সংগঠন সমূহে এনে দিশত সচেতন হোৱা ভাল বুলি কয় ইমৰাণ শ্বাহে ৷

আনহাতে অসম সাহিত্য সভাৰ অধিৱেশনৰ নিমন্ত্ৰণী পত্ৰই আজিলৈকে লাভ নকৰিলে বুলি উল্লেখ কৰে প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে ৷ অৱশ্যে ডাক বিভাগৰ গাফিলতিৰ বাবেও হয়তো নিমন্ত্ৰণী পত্ৰ নাপাব পাৰো বুলি মন্তব্য কৰে শ্বাহে ৷ দুদিনমান পাছত হে হয়তো পাম বুলি ক'লে প্ৰাক্তন সভাপতিগৰাকীয়ে ৷

অসম সাহিত্য সভাত হিন্দী গানকলৈ বিতৰ্ক

কিন্তু অসম সাহিত্য সভাৰ মঞ্চলৈ হিন্দী বলয়ৰ গায়কক ঠিক সময়তে নিমন্ত্ৰণ জনাই আনি হিন্দী গীতৰ অনুষ্ঠান পতা অসম সাহিত্য সভাৰ বিষয়ববীয়াই এগৰাকী প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক সঠিক সময়ত নিমন্ত্ৰণী পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰিব নোৱাৰাটোৱেই চূড়ান্ত দায়িত্বজ্ঞানহীন আৰু সাহিত্য চৰ্চাৰ পৰিৱৰ্তে মেলামূখী পৃষ্ঠপোষকতাৰ দ্বাৰাই আজি পৰ্যন্ত সভা পৰিচালিত হৈ আহিছে সেয়া স্পষ্ট হৈ পৰিছে ৷

Intro:Body:*অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে নাপালে শুৱালকুচি অধিৱেশনৰ নিমন্ত্ৰণ--হিন্দী গীতৰ অনুষ্ঠানক লৈ ক্ষোভ*
Story- IMRAN_SHAH
Ananta Smith
Sivasagar 4th February

অসম সাহিত্য সভাৰ অধিৱেশনৰ মঞ্চত হিন্দী গীতৰ অনুষ্ঠান

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কথাশিল্পী ইমৰাণ শ্বাহৰ প্ৰতিক্ৰিয়া

কোনে এই কাম কৰিছে নাজানো ৷ এনে দিশবোৰ চাবৰ বাবে এখন সমিতি থাকে ৷ কিন্তু জাতীয় সংগঠন সমূহ এনে দিশত সচেতন হোৱা ভাল— ক'লে ইমৰাণ শ্বাহে

ইফালে অসম সাহিত্য সভাৰ অধিৱেশনৰ নিমন্ত্ৰণী পত্ৰই আজিলৈকে লাভ নকৰিলে প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে ৷ অৱশ্যে ডাক বিভাগৰ গাফিলতিৰ বাবেও নাপাব পাৰো বুলি মন্তব্য ইমৰাণ শ্বাহৰ ৷ দুদিনমান পাছত পাম ছাগৈ বুলি ক'লে ইমৰাণ শ্বাহে ৷
কিন্তু অসম সাহিত্য সভাৰ মঞ্চলৈ হিন্দী বলয়ৰ গায়কক ঠিক সময়তে নিমন্ত্ৰণ জনাই আনি হিন্দী গীতৰ অনুষ্ঠান পতা অসম সাহিত্য সভাৰ বিষয়ববীয়াই সভাৰ এগৰাকী প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিককেই অধিৱেশনৰ সমাপ্তি হবলৈ এদিন থকা সময়লৈকে লাভ কৰিব পৰাকৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰিব নোৱাৰাটোৱেই অসম সাহিত্য সভা যে একাংশ চূড়ান্ত দায়িত্বজ্ঞানহীন আৰু সাহিত্য চৰ্চাৰ পৰিৱৰ্তে মেলামুখীতাৰ পৃষ্ঠপোষক একাংশৰ দ্বাৰা আজি পৰ্যন্ত পৰিচালিত হৈ আহিছে সেয়া স্পষ্ট হৈ পৰিছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.