ETV Bharat / state

কৃষক নেতাৰ মুক্তিৰ দাবীত ঐক্য সেনাৰ উদ্যোগত শিৱসাগৰত মানৱ শৃংখল

author img

By

Published : Jul 12, 2020, 8:39 PM IST

অখিল গগৈ প্ৰমুখ্যে কা আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰা প্রতিজন বিপ্লৱীৰ বিনা চৰ্তে মুক্তিৰ দাবীত ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে শিৱসাগৰত এক মানৱ শৃংখল কার্যসূচী ৰূপায়ন কৰা হয় । আনকি গেৰুৱা দল বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন চক্রান্তৰে অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ সন্দেহ ব্যক্ত কৰিলে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাই ।

human chain at sivsagar to release akhil gogoi
কৃষক নেতাৰ মুক্তিৰ দাবীত ঐক্য সেনাৰ উদ্যোগত শিৱসাগৰত মানৱ শৃংখল

শিৱসাগৰ, ১২জুলাই: কৃষক নেতা অখিল গগৈ প্ৰমুখ্যে কা আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰা প্রতিজন বিপ্লৱীৰ বিনা চৰ্তে মুক্তিৰ দাবীত ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে শিৱসাগৰত এক মানৱ শৃংখল কার্যসূচী ৰূপায়ন কৰা হয় । শেহতীয়াকৈ অখিল গগৈৰ শৰীৰত ক'ভিড-১৯ পজিটিভৰ ভাইৰাছ পোৱাৰ পিছতো কৃষক নেতা গৰাকীৰ শাৰিৰীক অসুস্থতাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে দেখুওৱা উদাসীনতাৰ বাবে জাঙুৰ খায় উঠিছে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ কর্মী সকল ।

দেওবাৰে ঐতিহাসিক ৰংঘৰৰ সন্মুখত সামাজিক দূৰত্ব বজাই ৰাখি অখিল গগৈৰ মুক্তিৰ দাবীত এক মানৱ শৃংখল তৈয়াৰ কৰি প্রতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । আনকি গেৰুৱা দল বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন চক্রান্তৰে অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ সন্দেহ ব্যক্ত কৰিলে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাই ।

লগতে পঢ়ক : কোভিড-১৯ সন্দৰ্ভত ৰাইজলৈ বিশেষ আহ্বান তুলিৰাম ৰংহাঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.