শিৱসাগৰ, ২৫ মে: শিৱসাগৰৰ এখনো শিক্ষানুষ্ঠানে স্থান দখল কৰিবলৈ সক্ষম ন'হল উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৷ কিন্তু তাৰ পাচতো শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতিক্ষা নাথ নামৰ মেধাবী ছাত্ৰী গৰাকীয়ে । শিৱসাগৰৰ গৌৰীসাগৰ সমীপৰ সোণতলী ছিগা গাঁৱনিৱাসী তথা গৌৰীসাগৰ উঃমঃইঃইঃৰ বিষয় শিক্ষক হেমন্ত নাথ আৰু দিপীকা নাথৰ কন্যা তিতিক্ষাই ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা দশম স্থান লাভ কৰে ৷ বিজ্ঞান শাখাত দশম স্থান লাভ কৰি শিৱসাগৰবাসীক গৌৰাম্বিত কৰে তিতিক্ষাই ৷
নিৰাশাৰ মাজতো আশাঃ শিৱসাগৰৰ গৌৰৱ তিতিক্ষা ডেকা - উচ্চতৰ মাধ্যমিক পৰীক্ষা
শিৱসাগৰৰ গৌৰীসাগৰ সমীপৰ সোণতলী ছিগা গাঁৱনিৱাসী তথা গৌৰীসাগৰ উঃমঃইঃইঃৰ বিষয় শিক্ষক হেমন্ত নাথ আৰু দিপীকা নাথৰ কন্যা তিতিক্ষাই ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা দশম স্থান লাভ কৰে ৷
![নিৰাশাৰ মাজতো আশাঃ শিৱসাগৰৰ গৌৰৱ তিতিক্ষা ডেকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3381943-138-3381943-1558794524590.jpg?imwidth=3840)
বিজ্ঞান শাখাত দশম স্থান শিৱসাগৰৰ তিতিক্ষাৰ
শিৱসাগৰ, ২৫ মে: শিৱসাগৰৰ এখনো শিক্ষানুষ্ঠানে স্থান দখল কৰিবলৈ সক্ষম ন'হল উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৷ কিন্তু তাৰ পাচতো শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতিক্ষা নাথ নামৰ মেধাবী ছাত্ৰী গৰাকীয়ে । শিৱসাগৰৰ গৌৰীসাগৰ সমীপৰ সোণতলী ছিগা গাঁৱনিৱাসী তথা গৌৰীসাগৰ উঃমঃইঃইঃৰ বিষয় শিক্ষক হেমন্ত নাথ আৰু দিপীকা নাথৰ কন্যা তিতিক্ষাই ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা দশম স্থান লাভ কৰে ৷ বিজ্ঞান শাখাত দশম স্থান লাভ কৰি শিৱসাগৰবাসীক গৌৰাম্বিত কৰে তিতিক্ষাই ৷
Intro:Body:আমগুৰি: ২৫ মে: শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছে তিতিক্ষা নাথে।গৌৰীসাগৰ সমীপৰ সোণতলীছিগা গাওঁ নিৱাসী তথা গৌৰীসাগৰ উঃমঃইঃইঃৰ বিষয় শিক্ষক হেমন্ত নাথ আৰু দিপীকা নাথৰ কন্যা তিতিক্ষা(TITIKHYA) নাথে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত দশম স্থান লাভ কৰি শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
তিতিক্ষাই ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা দশম স্থান লাভ কৰি শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷Conclusion:
তিতিক্ষাই ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা দশম স্থান লাভ কৰি শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷Conclusion: