শিৱসাগৰ,10 জুলাই: শিৱসাগৰ জিলাৰ সোণাৰিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত এগৰাকী ব্যক্তিয়ে লাঠীৰে প্ৰহাৰ কৰাৰ ফলত মৃত্যুমুখত পৰে পুত্ৰ ৷ পুত্ৰক মৰিয়াই হত্যা কৰাৰ পিছত ভীম বাহাদুৰ নেৱাৰ নামৰ ব্যক্তিগৰাকীয়ে সোণাৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷
লগতে চাওকঃ কাৰাগাৰত পাখি মিঞাৰ চিকিৎসা কৰাব পাৰে, অখিলৰ নোৱাৰে কিয়ঃ লুৰিণজ্যোতি গগৈ