ETV Bharat / state

সহায় বিচাৰি কান্দোনত ভাগি পৰিছে পৰিয়ালটো! কিন্তু কিয়?

মাটি ভেটি সৰ্বস্ব বিক্ৰী কৰি সৰ্বস্বান্ত পৰিয়ালটো

FAMILY NEEDS HELP
author img

By

Published : Mar 15, 2019, 11:14 PM IST

শিৱসাগৰ,15 মাৰ্চ : হঠাতে ঘটনা এটা ঘটনাই সৰ্বস্ব কাঢ়ি নিয়ে কোনোবাজনৰ ৷ ভুল কৰে অন্য কোনোবাই কিন্তু দুৰ্ভোগ ভোগে কোনোবাই ৷ চকুপানীৰে বাট নেদেখা হৈছে আমগুৰিৰ এগৰাকী মানুহে ৷ স্বামীৰ চিকিৎসা সাহাৰ্য বিচাৰি ভাঙি পৰিছে কান্দোনত ৷ স্বামীৰ চিকিৎসা ব্যয়ৰ বাবে অৰ্থৰ অভাৱ , কন্যাৰ বিদ্যালয়ৰ মাছুল দিবলৈ নাই ধন ৷ মাটি ভেটি সৰ্বস্ব বিক্ৰী কৰিলেও সেয়া পৰ্যাপ্ত নহয় দুৰ্ঘটনাত আহত স্বামীৰ চিকিৎসা ব্যয়ৰ বাবে ৷

সহায় বিচাৰি কান্দোনত ভাগি পৰিল পৰিয়ালটো

ছমাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল আমগুৰিৰ দিপু দত্ত৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ব্যক্তিজনক গুৱাহাটীৰ হায়াত হস্পিতালত চিকিতসা কৰালে যদিও চিকিৎসা ব্যয় বহন কৰিবলৈ যাওঁতে সৰ্বস্বান্ত হ'ল পৰিয়ালটো ৷ মাটি-বাৰী, সোণৰ আ-অলংকাৰ, ফ্ৰীজৰ লগতে ঘৰুৱা অন্যান্য সামগ্ৰী বিক্ৰী কৰি স্বামীক চিকিৎসালয়ৰ পৰা ঘৰলৈ আনে । কিন্তু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যক্তিজনক পুনৰ এক মগজুৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন । কিন্তু সৰ্বস্বান্ত পত্নীয়ে নিজ স্বামীক গুৱাহাটীলৈ নি অৰ্থৰ অভাৱৰ বাবে অস্ত্ৰোপচাৰ কৰাব নোৱাৰে । ফলত কান্দোনত ভাঙি পৰিছে উপায়বিহীন মহিলাগৰাকী ৷ অৱশেষত ৰাইজৰ ওচৰত স্বামীৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰিছে মহিলাগৰাকীয়ে ৷ সদাশয় ব্যক্তিয়ে ৩০৮৮০৮০৮২৫০ একাউন্ট নম্বৰ অথবা ৭০৮৬৬৯৯৫৯৯ ম'বাইল নম্বৰত পৰিয়ালটোৰ লগত যোগাযোগ কৰিব পাৰে।

*স্বামীৰ চিকিৎসাৰ বাবে অৰ্থ বিচাৰি এগৰাকী মহিলাৰ হিয়াভগা কান্দোন*
Story-MEDICAL_AID
Ananta smith
Sivasagar
15th March

A_SVR_15TH_MAR_804-806_MEDICAL_AID_ANANTA

আমগুৰিত এগৰাকী মহিলাৰ কান্দোন। স্বামীৰ চিকিৎসা সাহাৰ্য বিচাৰি ভাঙি পৰিছে কান্দোনত। ছমাহ পূৰ্বে দুৰ্ঘটনাত পতিত স্বামীৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন বৃহত পৰিমাণৰ ধন।

আমগুৰি জালুক গাঁওৰ ধন দত্ত নামৰ বিবাহিত ব্যক্তিজন ছমাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈছিল। গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত ব্যক্তিজনক গুৱাহাটীৰ হায়াত হস্পিতেলত চিকিৎসা কৰাই সুস্থ কৰে। মাটি-বাৰী, সোণৰ আ-অলংকাৰ, ফ্ৰীজৰ লগতে ঘৰুৱা অন্যান্য সামগ্ৰী বিক্ৰী কৰি স্বামীক চিকিৎসালয়ৰ পৰা ঘৰলৈ আনে। 

চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যক্তিজনৰ মগজুৰ এটা  অস্ত্ৰোপচাৰ কৰিব লাগে। কিন্তু সৰ্বশ্ৰান্ত পত্নীয়ে নিজ স্বামীক গুৱাহাটীলৈ নি অৰ্থৰ অভাৱৰ বাবে অস্ত্ৰোপচাৰ কৰাব নোৱাৰে। ফলত কান্দোনত ভাঙি পৰিছে।
মহিলাগৰাকীয়ে স্বামীৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰিছে। 

Bite-মহিলা

সদাশয় ব্যক্তিয়ে  ৩০৮৮০৮০৮২৫০ একাউন্ট নম্বৰ অথবা ৭০৮৬৬৯৯৫৯৯  ম'বাইল নম্বৰত পৰিয়ালটোৰ লগত যোগাযোগ কৰিব পাৰে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.