ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আমগুৰিৰ জনসাধাৰণক - amaguri

সমাগত বাৰিষা। ফেনে-ফুটুকাৰে বাঢ়ি আহিছে মহাবাহু ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আমগুৰি দিখৌমুখৰ জনসাধাৰণক৷ বান প্ৰতিৰোধতো দূৰৰে কথা আজিকোপতি প্ৰশাসনে নিৰ্মাণ নকৰিলে মথাউৰি। ভগ্ন মথাউৰিক লৈ বিনিদ্ৰ ৰজনী নৈপৰীয়া ৰাইজৰ৷

ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আমগুৰিৰ জনসাধাৰণক
author img

By

Published : May 22, 2019, 2:41 PM IST

আমগুৰি, 22 মে': দিখৌমুখৰ আলিমুৰ মিছিংগাঁৱত মথাউৰিক লৈ শংকাত ভুগিছে স্থানীয় ৰাইজ ৷ ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই দীৰ্ঘদিনৰে পৰা গ্ৰাস কৰি আহিছে আলিমুৰ গাঁৱক ৷ আলিমুৰৰ লগতে মাজুলী সংযোগী পাৰঘাটটো নিঃশেষ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ৷

ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে চিন্তাত পেলাইছে আমগুৰিৰ জনসাধাৰণক

বান সমস্যা ৰোধৰ বাবে দীৰ্ঘদিনে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰি আহিছে স্থানীয় ৰাইজে ৷ কিন্তু জনসাধাৰণৰ আবেদন-নিবেদনৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ ৷ চৰকাৰ সলনি হ'ল যদিও মথাউৰি নিৰ্মাণ নহ'ল দিখৌমুখত ৷ উপায়ন্তৰ হৈ মথাউৰি নিৰ্মাণৰ বাবে প্ৰতিবাদত নামিবলৈ বাধ্য হৈছে দিখৌমুখবাসী ৷

Intro:Body:No Embankment, Outcry Local People and Errotion at Dikhowmukh Amguri.

আমগুৰি, ২২ মে: সমাগত বাৰিষা। ফেনে-ফুটুকাৰে বাঢ়ি আহিছে মহাবাহু ব্ৰক্ষ্মপুত্ৰ। আমগুৰি দিখৌমুখত হাহাকাৰ। নিৰ্মাণ নহ'ল মথাউৰি। ভগ্ন মথাউৰিক লৈ বিনিদ্ৰ ৰজনী নৈপৰীয়া ৰাইজৰ।

দিখৌমুখৰ আলিমুৰ মিছিংগাঁওত মথাউৰিক লৈ শংকাত ভুগিছে স্থানীয় লোকসকল। পৰিৱৰ্তনকামী চৰকাৰেও নিৰ্মাণ নকৰিলে মথাউৰি। ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই আলিমুৰ গাঁওখনেই নিশ্চিহ্ন কৰি আহিছে।
আনহাতে মাজুলি সংযোগী পাৰঘাটটো ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই নিশেষ কৰি আহিছে।ফলত স্থানীয় লোকসকল চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে।
স্থানীয়লোকসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিভাগীয় কতৃপক্ষক অঞ্চলটোৰ সমস্যাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসম
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.