আমগুৰি, ২০ ফেব্ৰুৱাৰী: আমগুৰি ডনবস্ক' স্কুল ভেন এচ'চিয়েশ্যনৰ সদস্যৰে মত বিনিময় কৰিলে যুৱনেত্ৰী ডঃ অংকিতা দত্তই। মত বিনিময় কালত আমগুৰি ডনবস্ক' স্কুল ভেন এচ'চিয়েশ্যনৰ বিভিন্ন জনহিতকৰ কৰ্মৰাজিৰ বিষয়ে বুজ লয় ৷
মত বিনিময়ৰ অনুষ্ঠানটিত ডঃ অংকিতা দত্তৰ সৈতে আমগুৰি জিলা পৰিষদৰ সদস্যা লিপি দত্ত, সমাজকৰ্মী ৰাতুল মহন্ত আদি উপস্থিত থাকে। । ডঃ অংকিতা দত্তই এচ'চিয়েশ্যনৰ কৰ্মৰাজিক জনালে শলাগ ৷
লগতে পঢ়ক: আলফাৰ নতুন বিবৃতি পিচতে বীৰ লাচিত সেনাৰ প্ৰতিক্ৰিয়া