ETV Bharat / state

সোণাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি-কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল - BJP Congress candidated filed nomination for by-election

বিজেপি-কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল
author img

By

Published : Sep 30, 2019, 11:42 AM IST

Updated : Sep 30, 2019, 12:35 PM IST

11:23 September 30

সোণাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বিজেপি-কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

শিৱসাগৰ , 30 ছেপ্টেম্বৰঃ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে নৱনীতা সন্দিকৈ আৰু সুশীল চুৰীয়ে ৷ চৰাইদেও জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰাৰ্থীদ্বয়ে মনোনয়ন প্ৰদান কৰিব ৷ বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ মনোনয়ন পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহু কেইটা সমষ্টিৰ বিধায়কে ৷

ইপিনে কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুৰীৰ মনোনয়ন প্ৰদান অনুষ্ঠানত অংশ ল'ব বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী, অপূৰ্ব ভট্টাচাৰ্য আৰু সুশান্ত বৰগোঁহাই আদিয়ে ৷ উল্লেখ্য যে, আগন্তুক 21 অক্টোবৰত অসমৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷

Intro:Body:চৰাইদেও জিলাৰ সোনাৰী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব বিজেপি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে নৱনীতা সন্দিকৈ আৰু সুশীল চুৰীয়ে।

বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ মনোনয়ন প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।লগত থাকিব বহু কেইটা সমষ্টিৰ বিধায়ক।

কংগ্ৰেছ প্ৰৰ্থী সুশীল চুৰীৰ মনোনয়ন প্ৰদান অনুষ্ঠানত অংশ লব বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী,অপূৰ্ব ভট্টাচাৰ্য, সুশান্ত বৰগোঁহাই আদিয়ে।

চৰাইদেও জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুই প্ৰাৰ্থীয়ে প্ৰদান কৰিব মনোনয়ন।Conclusion:
Last Updated : Sep 30, 2019, 12:35 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.