ETV Bharat / state

ভগৱান শিৱৰ আশীষ ল'লে বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীয়ে

author img

By

Published : Mar 11, 2021, 1:35 PM IST

আজি শিৱৰাত্ৰি ৷ মহাশিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লৰ মহাশিৱৰাত্ৰী উৎসৱত ভিৰ কৰিছেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ৷ সমান্তৰালভাৱে ভগৱান শিৱৰ আশীষ বিচাৰি শিৱদ'লত উপস্থিত হ'ল ১০৮ নং শিৱসাগৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰী ৷

bjp-candidate-surabhi-rajkonwari-at-sivadol
ভগৱান শিৱৰ আশীষ ল'লে বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীয়ে

শিৱসাগৰ,11মাৰ্চ: আজি শিৱৰাত্ৰি ৷ মহাশিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ ঐতিহাসিক শিৱ দলৰ মহাশিৱৰাত্ৰী উৎসৱত ভিৰ কৰিছেহি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ৷ সমান্তৰালভাৱে ভগৱান শিৱৰ আশীষ বিচাৰি শিৱদ'লত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত উপস্থিত হ'ল ১০৮ নং শিৱসাগৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰী ৷

শিৱ দ'লত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী গৰাকীয়ে সেৱা আগবঢ়োৱাৰ লগতে আগন্তুক নিৰ্বাচনত যাতে জয়ী হ'ব পাৰে তাৰেই কামনা কৰে বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ তদুপৰি প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ আন আন প্ৰাৰ্থীয়েও যাতে বিধানসভা নিৰ্বাচনত জয়ী হয়, তাৰ বাবেও ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনাই বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃশিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.