ETV Bharat / state

কণ্ঠশিল্পী ৰূপম বড়াৰ "বানে ধোৱা মাজুলী" শীৰ্ষক অডিঅ' আৰু ভিডিঅ' গীতৰ উন্মোচন - শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়

গৌৰীসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান বিনায়কত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰূপম বড়াৰ নিজা কথা-সুৰেৰে কণ্ঠদান কৰা 'বানে ধোৱা মাজুলী' শীৰ্ষক গীতৰ উন্মোচন ৷ গীতৰ যোগেদি মাজুলীবাসীৰ বানৰ দুৰ্দশাপূৰ্ণ জীৱনৰ কৰুণ ছবি দাঙি ধৰিছে ৰূপম বড়াই ৷

Bane Dhua Majuli Audio and Video Song Inauguration at sivasagar
কণ্ঠশিল্পী ৰূপম বড়াৰ "বানে ধোৱা মাজুলী" শীৰ্ষক অডিঅ' আৰু ভিডিঅ' গীত
author img

By

Published : Aug 18, 2020, 8:51 AM IST

আমগুৰি,১৮ আগষ্টঃ শিৱসাগৰৰ গৌৰীসাগৰত সোমবাৰে কণ্ঠশিল্পী ৰূপম বড়াৰ "বানে ধোৱা মাজুলী" শীৰ্ষক অডিঅ' আৰু ভিডিঅ' গীতৰ উন্মোচন কৰা হয়। বিশিষ্ট সাহিত্যিক, নিবন্ধকাৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্তই কণ্ঠশিল্পী ৰূপম বড়াৰ "বানে ধোৱা মাজুলী" শীৰ্ষক অডিঅ' আৰু ভিডিঅ' গীতৰ উন্মোচন কৰে । উল্লেখযোগ্য যে, গৌৰীসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান বিনায়কত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰূপম বড়াৰ নিজা কথা সুৰেৰে কণ্ঠদান কৰা 'বানে ধোৱা মাজুলী' শীৰ্ষক গীতৰ যোগেদি মাজুলীবাসীৰ বানৰ দুৰ্দশাপূৰ্ণ জীৱনৰ কৰুণ ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হয় ৷

কণ্ঠশিল্পী ৰূপম বড়াৰ "বানে ধোৱা মাজুলী" শীৰ্ষক অডিঅ' আৰু ভিডিঅ' গীত

মূলতঃ নৈ পৰীয়াৰ জীৱন যান্ত্ৰনা আৰু ৰাজনৈতিক পাকচক্ৰত হেৰাই যোৱা মানুহৰ সপোন আৰু মাজুলীবাসীৰ খং-ক্ষোভক প্ৰতিনিধিত্ব কৰা শিল্পী ৰূপম বড়াই 'বানে ধোৱা মাজুলী' শীৰ্ষক গীতটো ৰচনা কৰে আৰু নিজা সুৰৰে কন্ঠদান কৰে । শিল্পীগৰাকীয়ে বিশ্বাস কৰে যে, তেওঁ গীতৰ মাধ্যমেৰে কৰা এই প্ৰতিবাদ ৰজাঘৰীয়াই গুৰুত্ব দি নৈ পৰীয়া ৰাইজৰ সমস্যা সমাধানত সদিচ্চা প্ৰকাশ কৰিব । কণ্ঠশিল্পী মনোজ বড়াই আঁত ধৰা অনুষ্ঠানতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

Bane Dhua Majuli Audio and Video Song Inauguration at sivasagar
কণ্ঠশিল্পী ৰূপম বড়াৰ "বানে ধোৱা মাজুলী" শীৰ্ষক অডিঅ' আৰু ভিডিঅ' গীত
লগতে পঢ়কঃ ‘কা’ আৰু ‘EIA’ ৰ বিৰুদ্ধে বিশ্বনাথত ব্যাপক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.