ETV Bharat / state

টীয়কত জব্দ দুখন খয়েৰভৰ্তি ট্ৰাক - জব্দ

ট্ৰাক দুখনত চালক দুগৰাকীয়ে নথিপত্ৰ মজুত থকা বুলি দাবী কৰিলেও সমগ্ৰ বিষয়টো জিলা বনবিভাগৰ বিভাগীয় তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷ প্ৰশাসনৰ ছত্ৰছায়াতে নিতৌ এনে অবৈধ মালবাহী ট্ৰাকত লাখ লাখ টকাৰ সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰিব পাৰিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ।

টীয়কত জব্দ দুখন খয়েৰ ভৰ্তি ট্ৰাক
author img

By

Published : May 22, 2019, 8:59 PM IST

শিৱসাগৰ, ২২মেঃ টীয়ক আৰক্ষী থানাৰ সমীপত স্থানীয় যুৱকৰ তৎপৰতাত দুখন খয়েৰ ভৰ্তি ট্ৰাক জব্দ কৰে বন বিভাগে । জব্দ কৰা ট্ৰাক দুখনৰ নম্বৰ RJ 37 GB 5299 আৰু RJ 23 GB 7786 ।

উল্লেখযোগ্য যে ট্ৰাক দুখন শিৱসাগৰৰ এখন থানাত কেইদিনমান পূৰ্বে আৰক্ষীয়ে জব্দ কৰি শেহতীয়াভাৱে মুকলি কৰি দিছিল। কিন্তু এক গোপন সূত্ৰৰ পম খেদি সচেতন যুৱকৰ দল এটাই বিয়লিৰ ভাগত টীয়ক দলঙৰ সমীপত ট্ৰাক দুখন জব্দ কৰি বন বিভাগক চমজাই দিয়ে ।

টীয়কত জব্দ দুখন খয়েৰ ভৰ্তি ট্ৰাক

অৱশ্যে ট্ৰাক দুখনত চালক দুগৰাকীয়ে নথিপত্ৰ মজুত থকা বুলি দাবী কৰিলেও সমগ্ৰ বিষয়টো জিলা বনবিভাগৰ বিভাগীয় তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷ প্ৰশাসনৰ ছত্ৰছায়াতে নিতৌ এনে অবৈধ মালবাহী ট্ৰাকত লাখ লাখ টকাৰ সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰিব পাৰিছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ।

লগতে আন এটা বাতৰি - বাইহাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপৰহণ কৰা বাহন

Intro:Body:টীয়কত দুখন কাঠাভৰ্তি ট্ৰাক জব্দ
TEOK : টীয়ক আৰক্ষী থানাৰ সমীপত যোৰহাট অভিমূখী দুখন কাঠা পৰিৱাহী ট্ৰাক কেইজনমান যুৱকে ধৰি জিলা বনবিভাগক চমজাই দিয়ে৷ উল্লেখযোগ্য যে ট্ৰাক দুইখন শিৱসাগৰৰ এখন থানাত কেইদিনমান পূৰ্বে জব্দ কৰি শেহতীয়া ভাৱে মুকলি হৈ আহিছিল বুলি চৰ্চিত হৈছে ৷ আজি বিয়লি ৰ ভাগত টীয়ক দলংৰ সমীপত এক গোপন সূত্ৰৰ পম খেদি সচেতন যুৱকৰ দলটোৱে কিছু তথ্যৰ ভিত্তিত দুইখন ট্ৰাক ধৰি বন বিভাগক চমজাই দিয়ে৷ RJ 37 GB 5299 আৰু RJ 23 GB 7786 নম্বৰৰ দুইখন কাঠা ভৰ্তি ট্ৰাক জব্দ কৰাৰ পাছত কেইবাটাও জাতীয় সংগঠন আৰু সচেতন মহলে আদৰণি জনাইছে ৷ অৱশ্যে ট্ৰাক দুইখনত নতুনকৈ নিয়োগ কৰা চালক দুগৰাকীয়ে নথিপত্ৰ মজুত থকা বুলি দাবী কৰিলেও সমগ্ৰ বিষয় জিলা বনবিভাগৰ বিভাগীয় তদন্তৰ পিছতহে পোহৰলৈ আহিব ৷ প্ৰশাসনৰ চত্ৰছায়াতে নিতৌ এনে অবৈধ মালবাহী ট্ৰাক পৰিৱহণৰ ব্যৱস্থা সূচল হৈছে বুলিও একাংশই অভিযোগ আনিছে৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.