ETV Bharat / state

ৰোজা ভাঙি হিন্দু মহিলাক জীৱন দান কৰা দুজন যুৱক

যি সময়ত জাত পাতৰ সংকীৰ্ণতাই সমাজত ক্ৰমাণ্বয়ে বিৰূপ প্ৰভাৱ পেলাইছে সেই সময়তে আবিদুৰ ৰহমান আৰু মুন্না আনচাৰী নামৰ দুজন যুৱকে ৰোজা ভাঙি হিন্দু লোকক ৰক্তদানেৰে দেখুৱাইছে ঐক্যৰ নিৰ্দশন ৷

author img

By

Published : May 14, 2019, 7:32 PM IST

ৰোজা ভাঙি হিন্দু মহিলাক জীৱন দান কৰা দুজন যুৱক

জাত্যাভিমান, সংকীৰ্ণতাৰ পৰা আতৰি আহি শিৱসাগৰৰ এজন যুৱকে দেখুৱালে নিদৰ্শন৷ শিৱসাগৰত মঙলবাৰে পবিত্ৰ ৰমজানৰ ৰোজা ভাঙি এগৰাকী হিন্দু মহিলাক জীৱন দান দিবৰ বাবে ৰক্তদান কৰিলে এজন মুছলমান যুৱকে৷ জাত পাতৰ উৰ্ধত গৈ মানৱ ধৰ্মইহে যে প্ৰকৃত ধৰ্ম সেয়া পৰিস্ফূত হৈছে শিৱসাগৰৰ এই যুৱকজনৰ কৰ্মত ৷ ৰোজা ভাঙি দুগৰাকী ৰোগীক জীৱন দান দিয়ে আবিদুৰ ৰহমান নামৰ শিৱসাগৰৰ যুৱকজনে ৷ ইফালে , বিশ্বনাথত মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে ৰোজা ভাঙি কৰিলে ৰক্তদান । ৰাজ্যত ধৰ্মৰ নামত সংঘাত অব্যাহত থকাৰ সময়তেই পুনৰ হিন্দু-মুছলমানৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰিলে ঢেকিয়াজুলিৰ মুন্না আনচাৰীয়ে ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ...

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চাৰি যুৱকৰ মহানুভৱতাই জীৱন ৰক্ষা কৰিলে দুগৰাকী ৰোগীৰ-ৰমজানৰ ৰোজা এৰি ৰক্তদান
Story-BLOOD_DONATION
Ananta Smith
Sivasagar
14th May

A_SVR_14TH_MAY-801-803_BLOOD_FONATION_7203499

আজি কেইবাদিনো ধৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মজুত নাই O+ve গ্ৰোপৰ তেজ । এই গ্ৰোপৰ তেজৰ অভাৱত মৃত্যুৰ ক্ষণ গনিছে দেৱেন আৰন্ধৰা আৰু খুৰদা মিলি নামৰ দুগৰাকী ৰোগীয়ে । এনেতে ৰক্তদানৰ সৈতে জড়িত শিৱসাগৰৰ ৰেছকিউ নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানে চচিয়েল মিডিয়াত O+ve গ্ৰোপৰ ৰক্ত দান কৰি ৰোগী দুগৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ জনোৱা আহ্বানত প্ৰতি সহাৰি জনাই সোমবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্হিত হৈ দেৱাশীষ চাংমাই, জ্যোতি দিহিঙ্গীয়া, অনচুমান বৰুৱা আৰু আবিদুৰ ৰহমান নামৰ চাৰি যুৱকে নিজৰ বহুমূলীয়া ৰক্ত দান কৰি ৰোগী দুগৰাকীৰ জীৱন ৰক্ষা কৰে ।

স্বেচ্ছাসেৱী অনুষ্ঠান ৰেছকিউৰ সদস্যসকলে জানিবলৈ দিয়ে যে ৰক্তদান কৰা চাৰি মহানুভৱ যুৱকৰ মাজৰ আবিদুৰ ৰহমানে ৰোগী দুগৰাকীৰ জীৱন ৰক্ষা কৰাৰ স্বাৰ্থত ইছলাম ধৰ্মৰ মূল হিচাপে বিবেচিত ৰমজানৰ ৰোজাও সোমবাৰৰ দিনা পৰিত্যাগ কৰে ।

Bite-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.