ETV Bharat / state

লক্ষ্মীনাথ বেজবৰুৱাৰ "ৰসৰাজ কী ৰসভৰী কথায়ে" এইবাৰ ৰূপালী পৰ্দাত - shoting

শিৱসাগৰ জিলাৰ বিভিন্ন পটভূমিত বেজবৰুৱাৰ পাঁচটা গল্প ক্ৰমে দুই বুদ্ধিয়ক,সেউতী,লটকণ,পাঁচনি আৰু কুকুৰীকণাক আধাৰ কৰি 13 টা খণ্ডত এই ধাৰাবাহিক দূৰদৰ্শনৰ অৰুণপ্ৰভা চেনেলত সম্প্ৰচাৰিত হ’ব বুলি জনাইছে পৰিচালক ৰাজেশ ম'ৰে ।

লক্ষ্মীনাথ বেজবৰুৱাৰ "ৰসৰাজ কী ৰসভৰী কথায়ে"চিৰিয়েলৰ দৃশ্যগ্ৰহণ
author img

By

Published : May 7, 2019, 7:19 PM IST

শিৱসাগৰ, ৭ মেঃ শিৱসাগৰৰ কালুগাঁৱত লক্ষ্মীনাথ বেজবৰুৱাৰ চুটি গল্পৰ আধাৰত নিৰ্মাণ হ’বলগীয়া হিন্দী চিৰিয়েলৰ দৃশ্যগ্ৰহণ । বেজবৰুৱাৰ পাঁচটা চুটি গল্পৰ আধাৰত নিৰ্মাণ হ'ব হিন্দী চিৰিয়েল । দূৰদৰ্শনৰ কমিছন প্ৰগামৰ অধীনত নিৰ্মাণ কৰা ৰসৰাজ বেজবৰুৱাৰ চুটি গল্পৰ ওপৰত আধাৰিত 13 টা খণ্ডৰ চিৰিয়েল । হিন্দী ভাষাত নিৰ্মাণ হোৱা এই খণ্ডৰ নাম দিয়া হৈছে "ৰসৰাজ কী ৰসভৰী কথায়ে"। শিৱসাগৰ জিলাৰ বিভিন্ন পটভূমিত বেজবৰুৱাৰ পাঁচটা গল্প ক্ৰমে দুই বুদ্ধিয়ক,সেউতী,লটকণ,পাঁচনি আৰু কুকুৰীকণাক আধাৰ কৰি ১৩টা খণ্ডত এই চিৰিয়েল দূৰদৰ্শনৰ অৰুণপ্ৰভা চেনেলত সম্প্ৰচাৰিত হ’ব । তাৰোপৰি বেজবৰুৱাৰ দুই বুদ্ধিয়ক গল্পৰ পাঁচটা খণ্ড,সেউতী গল্পৰ চাৰিটা খণ্ড,লটকণৰ দুটা খণ্ডৰ লগতে পাঁচনি আৰু কুকুৰিকণাৰ এটাকৈ খণ্ডত নিৰ্মাণ হ’ব এই ধাৰাবাহিকখন । ধাৰাবাহিক খনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে বলিউডৰ সমভূষণ শ্ৰীবাস্তৱে । ধাৰাবাহিক খনৰ দৃশ্যগ্ৰহণ কৰিব শিৱসাগৰৰ সন্তান বলিউডৰ দৃশ্যগ্ৰহণকাৰী অভিজিৎ গগৈয়ে । কিছু দিনৰ পিছতেই এই ধাৰাবাহিক খনৰ সম্প্ৰচাৰ কৰিব বুলি জানিব দিছে, পৰিচালক ৰাজেশ ম'ৰে । অভিনয়ত থাকিব প্ৰাঞ্জল শইকীয়া,অনিমা শইকীয়া,সুনিতা কৌশিক আদি বহু জনপ্ৰিয় শিল্পী ।

অধিক পঢ়িবলৈ-অক্ষয় তৃতীয়া তিথি উপলক্ষে শান্তি আশ্ৰমত ভক্তৰ সমাগম

*ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ চুটি গল্পৰ আধাৰত আজিৰ পৰা দৃশ্যগ্ৰহণ হিন্দী চিৰিয়েলৰ-কালুগাঁৱৰ চেটত লাইট একচন কেমেৰা-ৰাষ্ট্ৰীয় দূৰদৰ্শনত সম্প্ৰচাৰিত হব ৰসৰাজ কী ৰসভৰী কথায়ে*
Story-LIGHT_ACTION_CAMERA
Ananta Smith
Sivasagar
7th May

A_SVR_7TH_MAY_801-802_LIGHT_ACTION_CAMERA_7203499

শিৱসাগৰৰ কালুগাঁৱত লাইট-একচন-কেমেৰা।অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পাঁচটা চুটি গল্পৰ আধাৰত নিৰ্মাণ হবলগীয়া হিন্দী চিৰিয়েলৰ দৃশ্যগ্ৰহণ আজিৰ পৰা আৰম্ভ হৈছে।কালুগাঁৱৰ চেটত আজি সম্পন্ন হয় মূহুৰত।দূৰদৰ্শনৰ কমিছন প্ৰগামৰ অধীনত নিৰ্মাণ কৰা ৰসৰাজ বেজবৰুৱাৰ চুটি গল্পৰ ওপৰত আধাৰিত ১৩টা খণ্ডৰ চিৰিয়েল।হিন্দী ভাষাত নিৰ্মাণ হোৱা এই খণ্ডৰ নাম দিয়া হৈছে "ৰসৰাজ কী ৰসভৰী কথায়ে"।শিৱসাগৰ জিলাৰ বিভিন্ন পটভূমিত বেজবৰুৱাৰ পাঁচটা গল্প ক্ৰমে দুই বুদ্ধিয়ক,সেউতী,লটকণ,পাঁচনি আৰু কুকুৰীকণাক আধাৰ কৰি ১৩টা খণ্ডত এই চিৰিয়েল দূৰদৰ্শনৰ আৰুণপ্ৰভা চেনেলত সম্প্ৰচাৰিত হব।দুই বুদ্ধিয়ক গল্পৰ পাঁচটা খণ্ড,সেউতী গল্পৰ চাৰিটা খণ্ড,লটকণৰ দুটা খণ্ডৰ লগতে পাঁচনি আৰু কোকুৰিকণাৰ এটাকৈ খণ্ডত নিৰ্মাণ হব এই ধাৰাবাহিক।ধাৰাবাহিক খনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে বলিউডৰ সমভূষণ শ্ৰীবাস্তৱে।ধাৰাবাহিক খনৰ দৃশ্যগ্ৰহণ কৰিব শিৱসাগৰৰ সন্তান বলিউডৰ দৃশ্যগ্ৰহণকাৰী অভিজিৎ গগৈয়ে।কিছু দিনৰ ভিতৰত এই ধাৰাবাহিক খনৰ সম্প্ৰচাৰ কৰিব পাৰিব বুলি জানিব দিছে পৰিচালক ৰাজেশ ম'ৰে।অভিনয়ত থাকিব প্ৰাঞ্জল শইকীয়া,অনিমা শইকীয়া,সুনিতা কৌশিক আদি বহু জনপ্ৰিয় শিল্পী।

Bite-পৰিচালক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.