ETV Bharat / state

দিখৌত উদ্ধাৰ অচিনাক্ত মৃতদেহ

শিৱসাগৰৰ দিখৌ নৈত এটা অচিনাক্ত মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । ততাতৈয়াকৈ ঘটনাটো অৱগত কৰা হয় আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।

শিৱসাগৰৰ দিখৌ নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jun 19, 2019, 8:08 PM IST

শিৱসাগৰ, ১৯জুনঃ

  • শিৱসাগৰৰ দিখৌ নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
    শিৱসাগৰৰ দিখৌ নৈত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ
  • স্থানীয় লোকে মৃতদহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
  • মৃতদহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ
  • মৃতলোকজনৰ শৰীৰত আঘাতৰ চিন দেখা পোৱা গৈছে
  • লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে

লগতে আন এটা বাতৰি - কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ যুৱক

*শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ*
Story-BODY_RECOVERED
Ananta Smith
Sivasagar
19th June

A_SVR_19TH_JUNE-805-807_BODY_RECOVERED_7203499

শিৱসাগৰ নগৰৰ সমীপৰ অৰ্জুনগুৰিত দিখৌ নদীত উটি যোৱা এক মৃতদেহ প্ৰত্যক্ষ কৰি আজি বিয়লি চাঞ্চল্যৰ সৃষ্টি হয়।স্থানীয় লোকে মৃতদহটো প্ৰত্যক্ষ কৰি শিৱসাগৰ আৰক্ষীক খৱৰ দিয়ে।আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত কমাৰফদীয়া শালমৰীয়া গাঁৱৰ নদীৰ পৰা মৃতদহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ৰঙা টি-চাৰ্ট আৰু মেৰুণ ৰঙৰ পেণ্ট পৰিহিত লোকজনৰ তিনি দিন মানৰ আগত মৃত্যু হোৱা বুলি আৰক্ষীয়ে ধাৰণা কৰিছে।আনহাতে শৰীৰত থকা আঘাতৰ চিনৰ পৰা এই ঘটনা হত্যাকাণ্ডৰ পৰিণতি বুলি সন্দেহ কৰা হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.