ETV Bharat / state

সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ

author img

By

Published : Sep 13, 2019, 2:55 PM IST

গুৱাহাটীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ শীঘ্ৰেই অসমত বলৱৎ কৰা হব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পাচতেই শিৱসাগৰ জিলাৰ সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ ৷

সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ

শিৱসাগৰ, 13 ছেপ্তেম্বৰঃ

  • শিৱসাগৰ জিলাৰ সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ
  • আহোম সেনাৰ চৰাইদেউ জিলা সমিতিয়ে দাহ কৰে গৃহমন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি
  • প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ অৰ্ধ শতাধিক সদস্য
    সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ
  • নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ শীঘ্ৰেই অসমত বলৱৎ কৰা হব বুলি ঘোষণা কৰিছিল অমিত শ্বাহে
  • শেহতীয়াকৈ গুৱাহাটীত উপস্থিত হৈ এই মন্তব্য কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে
  • এই সন্দৰ্ভতেই গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ আহোম সেনাৰ চৰাইদেউ জিলা সমিতিৰ
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ ধ্বনি
  • বিজেপি চৰকাৰ গ' বেক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে
  • বিধেয়কখন বাতিল নকৰিলে সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

Intro:Body:*সোণাৰিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ*
Story-EFFIGY_BURNT
Ananta Smith
Sivasagar
13th September

A_SVR_13TH_SEP_807-808_EFFIGY_BURNT_7203499

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ মন্ত্ৰী অমিত শ্বাহ অলপতে গুৱাহাটীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্ৰেই অসমত বলৱৎ কৰা হব বুলি ঘোষণা কৰাৰ প্ৰতিবাদত আজি সোণাৰিত আহোম সেনাৰ চৰাইদেউ জিলা সমিতিয়ে গৃহ মন্ত্ৰী গৰাকীৰ প্ৰতিকৃতি দাহ কৰে।নগৰখনৰ শিৱ মন্দিৰ তিনিআলিত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটিৰ অৰ্ধ শতাধিক সদস্যই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহ মন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, বিজেপি চৰকাৰ গ' বেক আদি শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে।প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই জাতি ধ্বংসী এই বিধেয়কখন বাতিল নকৰিলে সংগঠনটিয়ে সমগ্র অসমত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে।

Bite-প্ৰতিবাদকাৰীConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.