আমগুৰি, ১৪ অক্টোবৰ: আমগুৰি চিকিৎসালয়ত ভুল চিকিৎসাৰ বলি হৈ প্ৰাণ হেৰুৱালে এটি দেৱশিশুৱে ৷ দেওবাৰে মৰিয়ণি লুখুৰাখন গাঁৱৰ প্ৰসূতীয়ে প্ৰসৱ কৰিছিল এটি দেৱশিশু ৷ আমগুৰি চিকিৎসালয়ত চিকিৎসক অবিহনে নাৰ্চে প্ৰসৱ কৰাইছিল দেৱশিশুটি ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি নাৰ্চৰ গাফিলতিত মৃত্যু ঘটে শিশুটিৰ ৷ ইতিমধ্যে যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰসূতিগৰাকীক ৷ আনফালে ভুক্তভোগী পৰিয়ালটোৱে চিকিৎসক আৰু নাৰ্চৰ ওপৰত ব্যৱস্থা ল'বলৈ প্ৰশাসণক দাবী জনাই ৷
চিকিৎসকৰ গাফিলতিত দেৱশিশুৰ মৃত্যু
চিকিৎসক অবিহনে নাৰ্চে প্ৰসৱ কৰাইছিল এটি দেৱশিশুৰ ৷ প্ৰসৱৰ পাচতে মৃত্যুমুখত পৰে নৱজাতকটি ৷
প্ৰসৱৰ পাচতে মৃত্যুমুখত নৱজাতক
আমগুৰি, ১৪ অক্টোবৰ: আমগুৰি চিকিৎসালয়ত ভুল চিকিৎসাৰ বলি হৈ প্ৰাণ হেৰুৱালে এটি দেৱশিশুৱে ৷ দেওবাৰে মৰিয়ণি লুখুৰাখন গাঁৱৰ প্ৰসূতীয়ে প্ৰসৱ কৰিছিল এটি দেৱশিশু ৷ আমগুৰি চিকিৎসালয়ত চিকিৎসক অবিহনে নাৰ্চে প্ৰসৱ কৰাইছিল দেৱশিশুটি ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি নাৰ্চৰ গাফিলতিত মৃত্যু ঘটে শিশুটিৰ ৷ ইতিমধ্যে যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰসূতিগৰাকীক ৷ আনফালে ভুক্তভোগী পৰিয়ালটোৱে চিকিৎসক আৰু নাৰ্চৰ ওপৰত ব্যৱস্থা ল'বলৈ প্ৰশাসণক দাবী জনাই ৷
Intro:Body:আমগুৰি ১৪ অক্টোবৰ:
আমগুৰি চিকিৎসালয়ত দেৱশিশু মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি
মৰিয়ণি লুখুৰাখন গাঁওৰ এগৰাকী প্ৰসূতীয়ে প্ৰসৱ কৰিছিল এটি দেৱশিশু
চিকিৎসক আৰু নাৰ্চৰ গাফিলতিত দেৱশিশুটি মৃত্যুৰ অভিযোগ পৰিয়ালৰ আত্মীয়ৰ
নাৰ্চে চিকিৎসক নোহোৱাকৈয়ে প্ৰসৱ কৰাইছিল দেৱশিশুটি
ইতিমধ্যে প্ৰসূতিগৰাকী যোৰহাট মেডিকেলত চিকিৎসাধীন
ভুক্তভোগী পৰিয়ালটোৱে চিকিৎসক আৰু নাৰ্চক ব্যৱস্থা ল'বলৈ দাবী জনাইছে।
সমীৰণ দুৱৰা আমগুৰিConclusion: