ETV Bharat / state

সুৰামত্ত স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ পত্নীয়ে ঘপিয়াই হত্যা কৰিলে স্বামীক

author img

By

Published : Nov 12, 2020, 5:16 PM IST

হালোৱাটিং আৰক্ষীয়ে হত্যাকাৰী পত্নীক আটক কৰা লগতে ভাস্কৰ গগৈৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

amguri-murder
সুৰামত্ত স্বামীৰ অত্যাচাৰত অতিষ্ঠ হৈ পত্নীয়ে ঘপিয়াই হত্যা কৰিলে স্বামীক

আমগুৰি, ১২ নৱেম্বৰ : শিৱসাগৰৰ হালোৱাটিঙত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি ৷ পাৰিবাৰিক কন্দলৰ বাবেই পত্নীয়ে হত্যা কৰিলে নিজ স্বামীক ৷ দাৰে ডিঙিত ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে ভাস্কৰ গগৈক ৷ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত গাহৰিছোৱাবাৰী গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা ৷ জানিব পৰা মতে, সুৰামত্ত স্বামীয়ে দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰি অহাৰ কাৰণেই অতিষ্ঠ পত্নীয়ে দাৰে ডিঙিত ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে নিজ স্বামীক ৷

ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে হত্যাকাৰী পত্নীক আটক কৰা লগতে ভাস্কৰ গগৈৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।
লগতে পঢ়ক: সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.