19 মাৰ্চ, গুৱাহাটীঃ 31 মাৰ্চ পৰ্যন্ত বাৰ, পাব আৰু সুৰা বিপনী বন্ধৰ নিৰ্দেশ অতিৰিক্ত আবকাৰী আয়ুক্তৰ । এক নিৰ্দেশনাযোগে এই ঘোষণা বিভাগৰ । পৰবৰ্তী নিৰ্দেশনাৰ পাছতহে এই ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে । বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ পৰা ৰাজ্যক মুক্ত কৰি ৰখাৰ স্বাৰ্থতে এই সিদ্ধান্ত আবকাৰী বিভাগৰ ৷
31 মাৰ্চলৈ বন্ধ থাকিব ৰাজ্যৰ সকলো বাৰ, পাব আৰু সুৰাৰ বিপনী
পৰবৰ্তী নিৰ্দেশনাৰ পাছতহে এই ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷
ALL BAR AND WINE SHOPS WILL BE CLOSED TILL 31 MARCH
19 মাৰ্চ, গুৱাহাটীঃ 31 মাৰ্চ পৰ্যন্ত বাৰ, পাব আৰু সুৰা বিপনী বন্ধৰ নিৰ্দেশ অতিৰিক্ত আবকাৰী আয়ুক্তৰ । এক নিৰ্দেশনাযোগে এই ঘোষণা বিভাগৰ । পৰবৰ্তী নিৰ্দেশনাৰ পাছতহে এই ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে । বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ পৰা ৰাজ্যক মুক্ত কৰি ৰখাৰ স্বাৰ্থতে এই সিদ্ধান্ত আবকাৰী বিভাগৰ ৷
Last Updated : Mar 18, 2020, 8:18 PM IST